বাৰ্তা:বাংলা পক্ষ
Latest comment: 2 বছৰৰ পূৰ্বে by Chiring chandan
@Riju500: অনুগ্ৰহ কৰি প্ৰবন্ধ এটাৰ আগেয়ে লিখি থোৱা অংশ কাটি দিয়াৰ পৰা বিৰত থাকক। এই কাৰ্যক ধংসপ্ৰৱণতা (WP:VAND) হিচাপে গণ্য কৰা হয়। প্ৰবন্ধটোত লিখা কথাখিনিৰ সম্পৰ্কত কিবা আপত্তি থাকিলে ইয়াত আলোচনা কৰিব পাৰে।---Chandan Chiring Phukon Chat 14:01, 25 January 2022 (ইউ.টি.চি.)