বাৰ্তা:বিশ্বনাথ ক্ষেত্ৰ
মই ৱিকিপিডিয়াত প্রথম কাম কৰিছো। উপৰোক্ত শিতানত সমল নাই বুলি কোৱাত সমল অন্তর্ভুক্ত কৰিলো।তেনেকৈ দিলেই নহব জানো ? এতিয়াও দেখোন অভিযোগ আতৰা নাই ? কি কৰিব লাগে কেনেকৈ জানিম বাৰু ?--Dwijenmahanta 12:20, 28 নভেম্বৰ 2011 (UTC)
- দ্বিজেন দা উপযুক্ত তথ্যসূত্ৰ অন্তৰ্ভুক্ত কৰাৰ পিছত আপুনি নিজেও জাননীখন আঁতৰাই দিব পাৰে। সম্পাদকসকলৰ সুবিধাৰ বাবেহে সেইবোৰ লগাই থোৱা হয়। Gitartha.bordoloi 12:25, 28 নভেম্বৰ 2011 (UTC)
গীতার্থ, মই ইমান পার্গত নহয় নহয়, এয়া মই প্রথম হাত দিছোহে।ফটো এখনকে উত্তোলন কৰিব পৰা নাই।বিষ্ণুৱে সহায় কৰি আছে কিন্তু। বেছেৰাই পৃষ্ঠা এখন বনাই, মই টিপা-টিপি কৰিদিওঁ, সেইখন মোছখাই যায়।লাহে লাহে শিকিব পাৰিম বুলি আশা কৰিছো। সহায় কৰিবা দেই।--Dwijenmahanta 12:39, 28 নভেম্বৰ 2011 (UTC)
বিশ্বনাথ ক্ষেত্ৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন বিশ্বনাথ ক্ষেত্ৰক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।