ক্ষীপ্ৰ বিলোপন সম্পাদনা কৰক

মাত্ৰ চাৰিটা শব্দৰ প্ৰবন্ধ। কোনো তথ্যসূত্ৰ আদিও ইয়াৰ সৈতে সংযোগ কৰা হোৱা নাই। ২০১৪ চনৰ পৰা প্ৰবন্ধটো একেভাগেই আছে। গতিকে ৱিকিপিডিয়াৰ নিৰ্দিষ্ট ক্ৰাইটেৰিয়াৰ অধীনত ক্ষীপ্ৰ বিলোপনৰ অনুৰোধ কৰা হ’ল। বাবুল বৈশ্য (বাৰ্তা) 15:34, 23 April 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Babulbaishya: প্ৰবন্ধত কেৱল তথ্যপেৰা থকা প্ৰবন্ধসমূহ শ্ৰেণীটো যোগ কৰি দিলে বিলোপন টেগ নলগালেও হয় সম্ভৱ! যাহওক বিলোপনৰ টেগ আঁতৰাই প্ৰবন্ধটো অলপ বিস্তাৰ কৰিলোঁ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 07:31, 24 April 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
"বৰ্ণালী কলিতা" পৃষ্ঠালৈ উভতি যাওক।