মাণিকপুৰ এখন চহৰনে? চহৰত পঞ্চায়ত নাথাকে। এই পৃষ্ঠাখন সৃষ্টি কৰা সম্পাদকজনে মাণিকপুৰ এখন উন্নত ঠাই বুলি লিখিছিল। পৰৱৰ্তী সম্পাদকে মাণিকপুৰক চহৰ কৰি পেলালে। অসমীয়া ৱিকিত নগৰ, পিয়ল নগৰ, গাঁও, মেট্ৰ' সকলোকে একাকাৰ কৰি পেলোৱা হৈছে।

বাবুল বৈশ্য 12:50, 26 জানুৱাৰী 2013 (UTC)

মাণিকপুৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক
"মাণিকপুৰ" পৃষ্ঠালৈ উভতি যাওক।