বাৰ্তা:মৃদুলা বৰুৱা

Latest comment: 7 বছৰৰ পূৰ্বে by Babulbaishya

অসমীয়া চলচ্চিত্ৰত দ্বৈত চৰিত্ৰত অভিনয় কৰা প্ৰথম শিল্পী মৃদুলা বৰুৱা নহয়, ব্ৰজেন বৰুৱাহে। ব্ৰজেন বৰুৱাই ডক্টৰ বেজবৰুৱাত দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। বাবুল বৈশ্য (talk) 18:22, 10 September 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

"মৃদুলা বৰুৱা" পৃষ্ঠালৈ উভতি যাওক।