প্ৰবন্ধটো ৱিকিপিডিয়াৰ বাবে উপযুক্ত হোৱা নাই। গতিকে উন্নত কৰিবলৈ আৰু প্ৰচাৰধৰ্মী ভাষা পৰিহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। Gitartha.bordoloi 09:16, 18 অক্টোবৰ 2011 (UTC)

হয়৷ দুই-এদিনতে মই ৱিকিপিডিয়াৰ নীতি অনুসৰি সম্পাদনা কৰিম৷

Anjal Borah 12:54, 18 অক্টোবৰ 2011 (UTC)


কিছু সম্পাদনা কৰা হ'ল৷ মোৰ বোধেৰে বৰ্তমান একো সমস্যা থাকিব নালাগে৷ গতিকে ওপৰৰ সম্পাদনা নীতিৰ শাৰী দুটা আঁতৰাই দিব পাৰি৷

Anjal Borah 09:40, 19 অক্টোবৰ 2011 (UTC)

দিয়া হ'ল। Gitartha.bordoloi 12:28, 19 অক্টোবৰ 2011 (UTC)
"শব্দ (অভিধান)" পৃষ্ঠালৈ উভতি যাওক।