বাৰ্তা:শ্বাহৰুখ খান
Latest comment: 5 বছৰৰ পূৰ্বে by Joli
শ্বাহ ৰুখ খান নে শ্বাহৰুখ খান বাৰু?--জলি বৰা (talk) 18:18, 1 January 2019 (ইউ.টি.চি.)
জলি বা ময়ো শ্বাহৰুখ খান বুলি ভাবিছিলোঁ । কিন্তু ইংৰাজী ৱিকিপেডিয়াত শ্বাহ ৰুখ খান আছে । আৰু ৱিকিপেডিয়াৰ প্ৰৱন্ধটোত লিখা আছে যে জন্মতে নামটো "শ্বাহৰুখ" আছিল যদিও তেওঁ নিজে নামটো "শ্বাহ ৰুখ খান" বুলি লিখিবলৈ পছন্দ কৰে ।
+ঠিক আছে, শ্বাহৰুখ খানেই কৰি দিওঁ । অসমীয়াত ইমানদিনে এইটোকে ব্যৱহাৰ কৰি অহা হৈছে । আৰু হিন্দী, বাংলা ৱিকিপেডিয়াতো মাজত স্পেচ্ ৰখা নাই । মই এইমাত্ৰ চালোঁ ।
- ঠিকেই, তেওঁৰ অফিচিয়েল টুইটাৰ একাউন্টত আচলতে শ্বাহ ৰুখ খান বুলিহে লিখিছে৷--জলি বৰা (talk) 06:00, 2 January 2019 (ইউ.টি.চি.)