বাৰ্তা:ষ্টিফেন হকিং
ৱিকিপিডিয়াৰ নিয়ম মতে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ৰেফাৰেন্স দিব নালাগে। কাৰণ একেটা প্ৰবন্ধ একেজনেই সম্পাদনা কৰা হ'ব পাৰে। কিন্তু অসমীয়াত ইংৰাজীখনৰ বিষয়ে দিব পাৰি নে নাই, সেইটো মই নাজানো। কিন্তু ইংৰাজী খনৰপৰা যিখিনি লৈছে সেইখিনিৰ বাবে ইংৰাজীখনত যিটো সমল দিয়া আছে, সেইটোকে দিব পাৰি। --উদ্দীপ তালুকদাৰ। (মই আকৌ পাছৱ'ৰ্ড পাহৰিলো। ২৪ ঘণ্টা নোহোৱাকৈ নতুন এটা নিদিয়ে হেনো!)
ষ্টিফেন হকিংৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ষ্টিফেন হকিংক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।