বাৰ্তা:স্বাধীনতা দিৱস (ভাৰত)

প্ৰবন্ধৰ নামটো ভাৰতৰ স্বাধীনতা দিৱস অথবা স্বাধীনতা দিৱস (ভাৰত) কৰি দিলে ভাল হ'ব যেন লাগে। ইংৰাজী প্ৰবন্ধটোও Independence Day (India) বুলিহে আছে। Ani ttbr (talk) 02:55, 16 আগষ্ট 2013 (UTC)

ময়ো ভাবিছিলো কথাটো৷ ভাৰতৰ স্বাধীনতা দিৱস বুলিলে প্ৰবন্ধৰ নাম হিচাপে অলপ অশুৱলা হয় যেন লাগিল, সেয়ে নিদিলো৷ 'স্বাধীনতা দিৱস (ভাৰত)' টো ভালেই পিছে৷ তুমিয়ে কৰি দিবা তেন্তে৷ জলি বৰা (talk) 03:57, 16 আগষ্ট 2013 (UTC)

"স্বাধীনতা দিৱস (ভাৰত)" পৃষ্ঠালৈ উভতি যাওক।