বাৰ্তা:হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)

উপন্যাস আৰু চিত্রৰূপায়নৰ পাৰ্থক্য সম্পাদনা কৰক

খুব সম্ভব কিতাপখনত প্রটাগনিষ্টজনে ক'ৰ্ট কেচত জিকিব পৰা নাছিল - বহুত দিন হ'ল মোৰ কিতাপখন পঢ়া - কিন্তু ফিল্মত তেওঁক সফল হোৱা দেখুৱাইছে।

প্রভাকৰ শৰ্মা নেওগ 06:59, 6 ডিচেম্বৰ 2011 (UTC)

হয় Psneog, আপুনি ঠিকেই কৈছে। মই এই কথাটো প্ৰৱন্ধটোত উল্লেখ কৰিম। মুক্তি পোৱাৰ পাছত চিনেমাখনৰ বিষয়ে কাকতত চৰ্চা হৈছিল। এই কথাখিনি কি sub-headingত লিখিম? 'সমালোচকৰ দৃষ্টিত' বা তেনেকুৱা sub-heading এটা দিব পাৰি নেকি? পৰামৰ্শ বিচাৰিছো। বাবুল বৈশ্য

"হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)" পৃষ্ঠালৈ উভতি যাওক।