আৰ্তিক্ল ৩৪৩ সম্পাদনা কৰক

আৰ্তিক্ল ৩৪৩ অনুসৰি 'The official language of the union shall be Hindi in Devanagari script'.। মোৰ খেলিমেলি লাগিছে, মই কুৱৰা (Quora) নামৰ চাইট এটাত লিখো, তাত এজন উত্তৰদাতাই লিখিছিলে যে ইউনিয়নৰ অফিচিয়েল লেংগুৱেজে ৰিপাব্লিকৰ অফিচিয়েল লেংউৱেজ নুবুজাই। প্ৰকৃততে শুদ্ধটো কি?? IKHazarika (talk) 04:58, 14 September 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

চৰকাৰী কাম-কাজত ব্যৱহাৰ হোৱা ভাষাকে চৰকাৰী ভাষা ৰূপে স্বীকৃতি দিয়া হয়। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কাম-কাজত হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰে। যিহেতু ভাৰত চৰকাৰ বুলিলে কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োবিধ চৰকাৰক বুজায়, সেয়ে আন সংবিধান স্বীকৃত ভাষা সমূহো ভাৰতৰ আঞ্চলিক চৰকাৰী ভাষা। আচলতে ভাৰত গণৰাজ্যৰ নিলিখি ভাৰত চৰকাৰ বুলি লিখিলে বেছি শুদ্ধ হব যেন লাগে। ইয়াত ব্যৱহাৰ হোৱা Union শব্দটোৱে ভাৰত চৰকাৰক হে বুজাইছে। এনেকুৱা ভুল দেখিলে লগে লগে শুধৰাই দিব। খৰ-ধৰকৈ লিখিলে ভুল থাকি যায়। ধন্যবাদ-অজয় দাস (বাৰ্তা) 06:12, 14 September 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক
"হিন্দী দিৱস" পৃষ্ঠালৈ উভতি যাওক।