Clay-ৰ প্ৰতিশব্দ সম্পাদনা কৰক

Clay-ৰ অসমীয়া প্ৰতিশব্দ 'মাটি' হ'ব নে 'ধূলিয়ৰি'? (টেনিচ কোৰ্ট প্ৰসংগত) বাবুল বৈশ্য (বাৰ্তা) 13:00, 29 মে' 2021 (ইউ.টি.চি.)

@Babulbaishya: ক্লে'ৰ প্ৰতিশব্দ হিচাপে মাটিহে হ'ব লাগে। কথাটো ভাবিও ছানিয়া মিৰ্জা প্ৰবন্ধটো চাই ধূলিয়ৰী বুলি লিখিছিলোঁ। আপুনি কোৱাত খেলিমেলি দূৰ হ'ল। মাটি বুলি লিখোঁ ৰ'ব।--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 13:49, 29 মে' 2021 (ইউ.টি.চি.)
"ৰ'জাৰ ফেডেৰাৰ" পৃষ্ঠালৈ উভতি যাওক।