বাৰ্তা:ৰঙিয়া
ৰঙিয়া পৃষ্ঠাখনত লগত দীপ্তশ্বৰী দেৱালয়ক অন্তৰ্ভূক্ত কৰা দেখিলো। ৰঙিয়া পৃষ্ঠাটো একে নামৰ নগৰখনৰ বিষয়েহে। নগৰ সম্পৰ্কীয় পৃষ্ঠাবোৰত আশ-পাশৰ সকলোবোৰ সোমাই দিলে পঢ়ুৱৈ বিভ্ৰান্ত হব। আশেপাশে থকা ঐতিহাসিক বা পৰ্যটনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বিষয়বোৰ জিলা সম্পৰ্কীয় প্ৰবন্ধবোৰত সোমাই দিলে বেছি ভাল হব। এতেকে মঠ-মন্দিৰ শীৰ্ষক দফাটো কামৰূপ জিলা শীৰ্ষক পৃষ্ঠাখনত সংযোগ কৰক। বাবুল বৈশ্য 02:34, 11 এপ্ৰিল 2012 (UTC)
ৰঙিয়াৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ৰঙিয়াক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।