বাৰ্তা:ৰূপহী (চলচ্চিত্ৰ)
ৰূপহীৰ মুক্তিৰ দিন
সম্পাদনা কৰকঅৰুণলোচন দাসৰ প্ৰথম প্ৰসংগৰ উল্লেখত ছবিখনৰ মুক্তিৰ চন ১৯৪৪ বুলি উল্লেখ আছে। আনহাতে enajori.com-ত উল্লেখিত অনুসৰি মুক্তিৰ বছৰ ১৯৪১; এনাজৰী-ৰ তথ্য উল্লেখ বেছি বিশদ বাবে শুদ্ধ বুলি ধৰি লৈ ইয়াত ১৯৪১ ৰখা হৈছে। অৰুণলোচন দাসৰ কিতাপখনত চনটো এবাৰহে উল্লেখ আছে। সেয়ে ছপাৰ ভুল নেকি শুধৰাই চাবলৈ উপায় নাই।117.198.53.42 20:58, 1 এপ্ৰিল 2012 (UTC)