বিক্ৰম (Sanskrit: Vikram, (অৰ্থ- শৌৰ্য্য)[1]) হৈছে ভাৰতীয় ষ্টাৰ্টআপ এৰ'স্পেচ কোম্পানী স্কাইৰুট এৰ'স্পেছে নিৰ্মাণ কৰা সৰু-লিফ্ট লঞ্চ বাহনৰ এটা পৰিয়াল।

বিক্ৰম
কাৰ্য সৰু লিফ্টৰ উৎক্ষেপণ যান
Manufacturer স্কাইৰুট এৰ'স্পেছ
মূল দেশ ভাৰত
আকাৰ
Height বিক্ৰম I: ২০ মিটাৰ (66 ফুট)
পৰ্যায়
ধাৰণ-ক্ষমতা
LEO (৪৫° নতিত ৫০০ কিলোমিটাৰ)লৈ পে লোড
Mass
  • বিক্ৰম I: ৪৮০ কিলোগ্ৰাম (১,১০০ পাউণ্ড)
  • বিক্ৰম II: ৫৯৫ কিলোগ্ৰাম (১,৩১০ পাউণ্ড)
  • বিক্ৰম III: ৮১৫ কিলোগ্ৰাম (১,৮০০ পাউণ্ড)
SSPO (৫০০ কিলোমিটাৰ)লৈ পে লোড
Mass
  • বিক্ৰম I: ২৯০ কিলোগ্ৰাম (৬৪০ পাউণ্ড)
  • বিক্ৰম II: ৪০০ কিলোগ্ৰাম (৮৮০ পাউণ্ড)
  • বিক্ৰম III: ৫৬০ কিলোগ্ৰাম (১,২০০ পাউণ্ড)
সহযোগী ৰকেট
তুলনামূলক ইলেক্ট্ৰন, কাইটুঝে-১, এছএছএলভি
উৎক্ষেপণ ইতিহাস
বৰ্তমান স্থিতি উন্নয়নশীল অৱস্থাত
উৎক্ষেপণ স্থলী সতীশ ধৱন মহাকাশ কেন্দ্ৰ
মুঠ উৎক্ষেপণ বিক্ৰম-এছ: ১ (উপ-কক্ষীয়)
সফল ১ (উপ-কক্ষীয়)
প্ৰথম উৰণ ১৮ নৱেম্বৰ ২০২২ (উপ-কক্ষীয়)
প্ৰথম পৰ্যায় (বিক্ৰম I)
Powered by কালাম ১০০০
Maximum thrust ১,০০০ কিলোনিউটন (সাঁচ:Convert/lb-f)
ইন্ধন গোটা
দ্বিতীয় পৰ্যায় (বিক্ৰম I)
Powered by কালাম ২৫০
Maximum thrust ২৫০ কিলোনিউটন (সাঁচ:Convert/lb-f)
ইন্ধন গোটা
তৃতীয় পৰ্যায় (বিক্ৰম I)
Powered by কালাম ১০০
Maximum thrust ১০০ কিলোনিউটন (সাঁচ:Convert/lb-f)
ইন্ধন গোটা
চতুৰ্থ পৰ্যায় (বিক্ৰম I)
Powered by ৪ x ৰমণ I
Maximum thrust ৩.৪ কিলোনিউটন (সাঁচ:Convert/lb-f)
ইন্ধন N2O4/MMH

সম্পূৰ্ণ কক্ষপথত উৎক্ষেপণৰ পূৰ্বে ২০২২ চনৰ ১৮ নৱেম্বৰত মিছন প্ৰাৰম্ভ (শব্দ 'আৰম্ভণি') নামেৰে "বিক্ৰম-এছ" নামৰ ৰকেটৰ উপকক্ষীয় উৰণ সম্পন্ন কৰা হৈছিল।[2][3]

যানখনৰ বৰ্ণনা সম্পাদনা কৰক

ধাৰাবাহিকটোৰ পৰিকল্পিত ৰকেট[4]
যান বহন ক্ষমতা প্ৰথম যান মুঠ উৎক্ষেপন
ধ্ৰুৱীয় কক্ষপথ (SSPO)
(৫০০ কিমি)
পৃথিৱীৰ নিম্ন কক্ষপথ
(৫০০ কিমি; ৪৫°)
বিক্ৰম-এচ - - ১৮ নৱেম্বৰ ২০২২
বিক্ৰম-১ ২৯০ কিলোগ্ৰাম (৬৪০ পাউণ্ড) ৪৮০ কিলোগ্ৰাম (১,১০০ পাউণ্ড) TBD
বিক্ৰম-২ ৪০০ কিলোগ্ৰাম (৮৮০ পাউণ্ড) ৫৯৫ কিলোগ্ৰাম (১,৩১০ পাউণ্ড) TBD
বিক্ৰম-৩ ৫৬০ কিলোগ্ৰাম (১,২০০ পাউণ্ড) ৮১৫ কিলোগ্ৰাম (১,৮০০ পাউণ্ড) TBD

বিক্ৰম-১ সম্পাদনা কৰক

বিক্ৰম ধাৰাবাহিকৰ প্ৰথমটো ৰকেট হৈছে বিক্ৰম-১I ইয়াত তিনিটাকৈ কঠিন ইন্ধন চালিত ষ্টেজ আছে যাৰ প্ৰজ্বলন সময় ৮০ৰ পৰা ১০০ ছেকেণ্ডৰ ভিতৰত আৰু চূড়ান্ত পৰ্যায়টো হৈছে ৰমন ইঞ্জিন। ৰমন ইঞ্জিনটো চাৰিটা ইঞ্জিনৰ ক্লাষ্টাৰত এমএমএইচ আৰু এনটিঅ’ লিকুইড ইন্ধনৰ দ্বাৰা চালিত আৰু ই ৩.৪ কিলোএন থ্ৰাষ্ট উৎপন্ন কৰে। এই ৰমন ইঞ্জিনসমূহৰ সহায়ত কক্ষপথত চূড়ান্ত সালসলনি কৰা হ'ব।[5] বিক্ৰমক-১ক ৫০০ কিলোমিটাৰ সূৰ্য্যৰ সমকালীন মেৰু কক্ষপথ (SSPO)লৈ ২৯০ কিলোগ্ৰাম আৰু ৫০০ কিলোমিটাৰ পৃথিৱীৰ নিম্ন কক্ষপথত (LEO) ৪৮০ কিলোগ্ৰামৰ পৰা ৪৫o হেলনীয়ালৈ তুলিব পৰাকৈ সজা হৈছে।[6][7]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Launch Vehicle | Skyroot Aerospace" (en-US ভাষাত). 2019-01-10. Archived from the original on 2020-12-15. https://web.archive.org/web/20201215065720/https://skyroot.in/launch-vehicle/। আহৰণ কৰা হৈছে: 2022-01-21. 
  2. Skyroot Aerospace [@SkyrootA] (18 November 2022). "89.5 Kms peak altitude achieved. Vikram-S rocket meets all flight parameters. It's history in the making for India.". https://twitter.com/SkyrootA/status/1593485494142525440. 
  3. *Tripathi, Sibu (2022-11-08). "India's first private sector rocket Vikram-S to launch in November: Here's what we know". India Today. https://www.indiatoday.in/science/story/indias-first-private-sector-rocket-vikram-s-skyroot-aerospace-to-launch-in-november-isro-2294842-2022-11-08. 
  4. "Launch Vehicle". Skyroot Aerospace. 10 January 2019. Archived from the original on 2020-12-15. https://web.archive.org/web/20201215065720/https://skyroot.in/launch-vehicle/। আহৰণ কৰা হৈছে: 2022-11-09. 
  5. Scientist, Gareeb (1 July 2020). "The SpaceX's of India | Private Indian Rocket Companies | Skyroot | Agnikul | Bellatrix". YouTube. https://www.youtube.com/watch?v=vxk3av6nHnU. 
  6. "India’s first-ever privately designed and developed rocket is a step closer to becoming a reality in 2021". Business Insider. https://www.businessinsider.in/science/space/news/indian-space-startup-skyroot-aerospace-successfully-test-fires-first-solid-rocket-propulsion-stage-demonstrator-called-kalam-5/articleshow/79988975.cms। আহৰণ কৰা হৈছে: 2022-01-22. 
  7. "With ISRO assistance, India’s Skyroot Aerospace aims maiden rocket launch by Dec-2021" (en ভাষাত). WION. https://www.wionews.com/india-news/with-isro-assistance-indias-skyroot-aerospace-aims-maiden-rocket-launch-by-dec-2021-320835। আহৰণ কৰা হৈছে: 2022-01-22.