বিচনা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বিচনা দৈনন্দিন জীৱনত বহুল ব্যৱহৃত এটি আচবাব৷ ইয়াক শুবলৈ ব্যৱহাৰ কৰা হয়৷
পদাৰ্থ
সম্পাদনা কৰকবিচনা বিভিন্ন পদাৰ্থৰে নিৰ্মান কৰা হয়৷ কাঠ ইয়াৰ বহুল প্ৰচলিত পদাৰ্থ যদিও তাৰ উপৰিও ষ্টীল আদি ধাতুৰে নিৰ্মাণ কৰে৷ সৰ্বসাধাৰণতে বিচনাৰ ওপৰৰ অংশ কাঠ বা নিৰ্মাণ কৰা পদাৰ্থ বিধ থাকে যদিও আজিকালি অত্যাধুনিক বিচনাত কুচন জাতীয় আৱৰণ দিয়া দেখা যায়৷