বিনন্দ বৰুৱা (ইংৰাজী: Binanda Boruah) আছিল গল্পকাৰ, নাট্যকাৰ। ১৯২৮আৰু ১৯২৯চনত ' অসম ছাত্ৰ সন্মিলন'ৰ মুখপত্ৰ' মিলন' ৰ সম্পাদক আছিল।

জন্ম আৰু বংশৰ পৰিচয় সম্পাদনা কৰক

ঘৰ যোৰহাট মহকুমাৰ টিয়কত। পিতৃ নাম গোপাল বৰুৱা।

শিক্ষা সম্পাদনা কৰক

যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰে আৰু কটন কলেজ লগতে কলিকতা বিশ্ববিদ্যালত শিক্ষা লাভ কৰি জাঁজী হাইস্কুলত শিক্ষকতা কৰি অৱসৰ লয়।

সাহিত্যৰাজি সম্পাদনা কৰক

কবিতা সম্পাদনা কৰক

  1. শঙ্খধ্বনি
  2. প্ৰতিধ্বনি
  3. জয়ধ্বনি

গহীন নাটক সম্পাদনা কৰক

  1. শৰাইঘাট
  2. পাৰ্থ-সাৰথি

শিশু পুথি সম্পাদনা কৰক

  1. মহাৰাজ নৰাৰায়ণ
  2. ৰাজস্থানৰ গল্প

তেখেতে 'কেৰপাই শৰ্মা' নামৰ ছদ্মৰূপত 'বাঁহী' আদি কাকতত খুহুটীয়া প্ৰবন্ধও দিছিল। শ্ৰী বৰুৱাই নাটক আৰু গল্পও ৰচনা কৰিছিল।

সহায়ক গ্ৰন্থ সম্পাদনা কৰক

  1. অসমীয়া সমীক্ষাত্মক ইতিবৃত্ত, সম্পাদক: সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ, পৃষ্ঠা-৩১৯
  2. অসমীয়া সমীক্ষাত্মক ইতিবৃত্ত, সম্পাদক: সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ, পৃষ্ঠা-৩২০

তথ্য সংগ্ৰহ সম্পাদনা কৰক