বিনয় মজুমদাৰ বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। তেওঁৰ জন্ম ১৯৩৪ চনৰ ১৭ ছেপ্তেম্বৰ। মৃত্যু ২০০৬ চনৰ ১১ ডিচেম্বৰত। ২০০৫ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[1]

সাহিত্যকৃতি

সম্পাদনা কৰক

কাব্যগ্ৰন্থ

সম্পাদনা কৰক
  • ফিৰে এসো চাকা
  • নক্ষত্ৰেৰ আলোয়
  • অধিকন্তু
  • অঘ্ৰাণেৰ অনুভূতিমালা
  • বাল্মিকীৰ কবিতা
  • বিনয় মজুমদাৰেৰ শ্ৰেষ্ঠ কবিতা
  • কবিতা বুঝিনি আমি
  • হাসপাতালে লেখা কবিতাগুচ্ছ (অকাদেমি পুৰস্কাৰ)
  • শিমুলপুৰে লেখা কবিতা
  • পৃথিবীৰ মানচিত্ৰ

ছুটিগল্প

সম্পাদনা কৰক
  • বিনয় মজুমদাৰেৰ ছোটগল্প

প্ৰবন্ধগ্ৰন্থ

সম্পাদনা কৰক
  • ধূসৰ জীবনানন্দ
  • ছোটোছোটো গদ্য ও পদ্য

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. বিনয় মজুমদাৰ: অনুধ্যানে অনুভবে। সম্পাদক: অমলকুমাৰ মণ্ডল। কবিতীৰ্থ প্ৰকাশনী, কলিকতা।