বিমান বৰুৱা
অসমৰ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী
বিমান বৰুৱা (ইংৰাজী: Biman Baruah) অসমৰ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী। আধুনিক বিহুগীতৰ গীতিকাৰ আৰু শিল্পী হিচাপে তেওঁক বিশেষভাৱে জনা যায়।[1]
বিমান বৰুৱা | |
---|---|
জন্ম | কাজিৰঙা, গোলাঘাট জিলা |
মূল | অসম, ভাৰত |
সংগীতৰ প্ৰকাৰ | বিহুগীত |
পেচা | সংগীত পৰিচালক, গীতিকাৰ, কণ্ঠশিল্পী |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "কিয় বিজেপিত যোগদান কৰিলে বিমান বৰুৱাই?". youtube.com. https://www.youtube.com/watch?v=s5eZgQqNfwk। আহৰণ কৰা হৈছে: 27 January 2022.