ভগদত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
3 নং শাৰী:
'''ভগদত্ত''' ({{lang-en|Bhagadatta}}) [[নৰকাসুৰ]]ৰ পুত্ৰ আছিল। [[মহাভাৰত]]ত তেওঁ [[প্ৰাগজ্যোতিষপুৰ]]ত ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে।
 
ভগদত্তৰ জীয়েক ভানুমতীকভানুমতীকআৰু ময়ুৰী কৌৰৱৰাজ [[দুৰ্যোধন]]লৈ বিয়া দিছিল। সেয়ে তেওঁ [[কুৰুক্ষেত্ৰ]]ৰ যুদ্ধত জোঁৱায়েক দুৰ্যোধনৰ পক্ষ লৈ যুদ্ধ কৰিছিল।<ref name="সোণৰ অসম">{{harv|চৌধুৰী|১৯৯৫|p=১২}}</ref> তেওঁ চীন আৰু কিৰাত সৈন্য সহ আৰু বহুত হাতী লৈ যুদ্ধত যোগ দিছিল। সেই সময়ত তেওঁ বুঢ়া আছিল। তেওঁৰ চকুৰ ভ্ৰূ উলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ভ্ৰূ বান্ধি লৈ তেওঁ হাতীৰ পিঠিৰ পৰা ৰণ কৰিছিল।<ref name="সোণৰ অসম" /> কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত তেওঁ পাণ্ডৱৰ [[অৰ্জুন]]ৰ লগত যুদ্ধ কৰিছিল। ভগদত্তই অৰ্জুনক বধ কৰিবলৈ প্ৰতিৰোধ কৰিব নোৱাৰা অস্ত্ৰ “বৈষ্ণৱাস্ত্ৰ” নিক্ষেপ কৰিছিল। ভগদত্তৰ আন এগৰাকী কন্যা ধনুমতী [[ধৃষ্ঠদ্যুম্ন]]ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। <ref name="Menon">Menon, Ramesh (2006) ''The Mahabharata: A Modern Rendering'' iUniverse, Inc., New York, [http://books.google.co.uk/books?id=5GgCZqN_hAgC&pg=PA231 page 231-232], ISBN 978-0-595-40187-1</ref> কিন্তু [[কৃষ্ণ]]ই সময় মতে ইয়াক প্ৰতিৰোধ কৰি অৰ্জুনক মৃত্যুৰ পৰা বচায়। অৱশেষত শ্ৰী কৃষ্ণৰ কথা মতে, অৰ্জুনে কাঁড় মাৰি ভগদত্তৰ ভ্ৰূ পটি কাটি দিয়ে আৰু তেওঁৰ ভ্ৰূ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক বধ কৰে।<ref name="সোণৰ অসম" /><ref>{{cite web|url=http://members.cox.net/apamnapat/entities/Bhagadatta.html|title=Bhagadatta - King of Pragjyotisha - Indian Mythology}}</ref><ref>{{cite web|url=http://www.sacred-texts.com/hin/m06/m06064.htm|title=The Mahābhārata, Book 6: Bhishma Parva: Bhagavat-Gita Parva: Section LXIV}}</ref>
 
==টোকা==
"https://as.wikipedia.org/wiki/ভগদত্ত"ৰ পৰা অনা হৈছে