প্ৰশান্ত নীল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে
16 নং শাৰী:
| family =
}}
'''প্ৰশান্ত নীল''' ({{lang-en|Prashanth Neel}}; জন্ম ৪ জুন ১৯৮০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷ তেওঁ মুখ্যতঃ কন্নড় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। তেওঁ চলচ্চিত্ৰ জগতত ২০১৪ চনৰ কন্নড় চলচ্চিত্ৰ ''উগ্ৰাম''ৰ জৰিয়তে আত্মপ্ৰকাশ কৰে আৰু পিছলৈ ''কে.জি.এফ. : চেপ্তাৰ ১'' (২০১৮) আৰু ''কে.জি.এফ. : চেপ্তাৰ ২'' (২০২২) পৰিচালনা কৰে৷ এই ছবিসমূহ কৰ্ণাটক চিনেমাৰ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।<ref>{{Cite news |title=প্ৰশান্ত নীল সকলো চিনেমা |work=FilmiBug |url=https://www.filmibug.com/list-of-prashanth-neel-movies/ |access-date=2023-03-31}}</ref>
 
== ব্যক্তিগত জীৱন ==