ৰূপ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎বাহ্যিক সংযোগ: clean up, replaced: [[Category: → [[শ্ৰেণী: using AWB
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
ৰূপম
{{Infobox silver}}
 
'''ৰূপ''' {{En|Silver}} হৈছে এবিধ মৌলিক পদাৰ্থ। ইয়াৰ পাৰমাণবিক সংখ্যা - ৪৭।
==নামকৰণ==
এছিৰীয় শব্দ "serpu" নাইবা গথজাতিৰ ভাষাৰ "silbur" পৰা চিলভাৰ শব্দটো আহিছে যি ৰূপৰ ইংৰাজী প্ৰতিশব্দ। ৰূপৰ বৈজ্ঞানিক নাম আৰ্জেণ্টাম (argentum) শব্দটো লেটিন ভাষাৰ যিটো সম্ভৱতঃ সংস্কৃত শব্দ আৰ্জেণ্টাৰ পৰা আহিছে। সংস্কৃত ভাষাৰ আৰ্জেণ্টা শব্দৰ অৰ্থ "পোহৰৰ দৰে উজ্জ্বল"।
"https://as.wikipedia.org/wiki/ৰূপ"ৰ পৰা অনা হৈছে