পিতৃ দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
15 নং শাৰী:
'''পিতৃ দিৱস''' বা '''ফাদাৰছ্ ডে''' বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা দিৱস। পিতৃ দিৱসত পিতৃত্ব, পিতৃত্ব বান্ধোন তথা সমাজত পিতাসমূহৰ প্ৰভাৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ধন্যবাদসূচক হিচাপে পালন কৰা হয়। পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱা পিতৃ দিৱস এক মাধ্যম। পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয়। [[ভাৰত|ভাৰতকে]] আদি কৰি পৃথিৱীৰ প্ৰায়বোৰ দেশে পিতৃ দিৱস জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰে। মাতৃসকলৰ সন্মানৰ বাবে অনুষ্ঠিত [[মাতৃ দিৱস]] ইয়াৰ পৰিপূৰক।
 
==ইতিহাস==১৯৯৩চনৰ ৫এপ্ৰিল তাৰিখে পংকজ শইকীয়া ৰ জন্ম হয় তেওঁ এজন কবি লেখক
==ইতিহাস==
 
==তথ্য উৎস==
{{reflist}}
"https://as.wikipedia.org/wiki/পিতৃ_দিৱস"ৰ পৰা অনা হৈছে