ৱিকিপিডিয়া:Sandbox: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে
1 নং শাৰী:
{{Infobox television|genre=[[কমেডী]]|country={{BRA}}|creator=[[মাৰিয়ানা কালটাবিয়ানো]]|language=পৰ্তুগীজ|director=মাৰিয়ানা কালটাবিয়ানো|voices=মাৰিয়ানা কালটাবিয়ানো<br>এডুয়াৰ্ডো জাৰ্ডিম<br>আৰ্লি কাৰ্ডোছ’|channel=কাৰ্টুন নেটৱৰ্ক<br>বুমেৰাং|first_aired=২০০৯|last_aired=বৰ্তমান|num_episodes=৮৯|num_seasons=৫|runtime=২-৩ মিনিট|picture_format=[[এইচডিটিভি]] [[১০৮০পি]] / [[এডোব ফ্লেছ]]|show_name=আস এভেন্টুৰাস দি গুই ই এষ্টোপা}}'''''আস এভেন্টুৰাস দি গুই ই এষ্টোপা''''' ({{Lang-pt|As Aventuras de Gui & Estopa}}) হ'ল [[ব্ৰাজিল|ব্ৰাজিলিয়ান]] টেলিভিশন [[এনিমেছন|এনিমেটেড]] কাৰ্টুন চিৰিজ। এই কাৰ্টুনৰ প্ৰধান দুটা চৰিত্ৰ হ'ল গুই আৰু এষ্টোপা। কাৰ্টুনটো কাৰ্টুন নেটৱৰ্ক ব্ৰাজিলত সম্প্ৰচাৰিত হয়।<ref>{{Cite web|last=Redação|date=2009-07-13|title=Cartoon Network estreia "Gui & Estopa", de Mariana Caltabiano|url=https://telaviva.com.br/13/07/2009/cartoon-network-estreia-gui-estopa-de-mariana-caltabiano/|access-date=2023-04-16|language=পৰ্তুগীজ|work=TELA VIVA News}}</ref>
 
== অভিনয়ত ==
প্ৰকৃতি সংৰক্ষণ আৰু মাজুলীৰ যুৱ প্ৰজন্মৰ প্ৰভাৱ।
                           
✍️ভাস্কৰজ্যোতি কুটুম
                                                      
   সত্ৰ নগৰী, বৈষ্ণৱ ধৰ্মৰ পীঠস্থান, এটকা মহন্তৰ ঠাই, বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলী। মাজুলী প্ৰাকৃতিক সৌন্দৰ্য্যৰ কাৰণে পৰিচিত। মাজুলীৰ ম'হৰ দৈ, কাৱৈ,পুঠি, খলিহনা, ৰৌ- বৰালি শ'ল-শাল আদি মাছৰ কাৰণেও বিখ্যাত‌। কিন্তু সাম্প্ৰতিক সময়ত পৃথিৱীৰ জন-বিস্ফোৰণ সংঘটিত হৈছে। যাৰফলত পৃথিৱীৰ পৰা প্ৰকৃতিৰ নিঃশেষ হোৱাৰ দিশে গতি কৰিছে। জীৱ শ্ৰেষ্ঠ হিচাপে মানুহৰ মন আছে, চিন্তা কৰিব পৰা শক্তি আছে, পঞ্চ ইন্দ্ৰিয় জ্ঞান স্বত্বেও নিজ জ্ঞানৰ বলত বলীয়ান হৈ নিজৰ সুখ-সমৃদ্ধিৰ বিলাসৰ বাবে প্ৰকৃতি লুণ্ঠন কৰি আহিছে। মানুহে চিন্তা কৰি চোৱা নাই যে প্ৰকৃতিৰ সকলো জীৱ আৰু উদ্ভিদৰ সৈতে মানুহৰ সম্বন্ধ অতি নিবিড়। যিহেতু প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি আহিছে। কিন্তু মানুহৰ প্ৰকৃতি ধংস কৰা অধিকাৰ নাই। তথাপিও মানুহৰ জনসংখ্যা প্ৰতিদিনে বাঢ়ি যোৱাৰ পৰিপেক্ষিতত ডাঙৰ ডাঙৰ বনাঞ্চল, পাহাৰ ভাঙি এক প্ৰকাৰে প্ৰকৃতিক অন্যায় কৰিছে বুলি ক'ব পাৰোঁ।
              সমগ্ৰ ভাৰতবৰ্ষত পৰিৱেশ সংৰক্ষণৰ বা সেউজীয়া পৃথিৱীৰ গঢ়াৰ নাম বৰ্তমান সময়ত এক নতুনত্ব দেখিবলৈ পাইছোঁ। কিয়নো সাম্প্ৰতিক সময়ত চৰকাৰী বা বেচৰকাৰী সভাবোৰত  গছপুলি ৰোপণ কাৰ্যসূচী থকাটো স্বাভাৱিক হৈ পৰিছে। কিন্তু সভা ভাগি যোৱাৰ পাছত ই মূল্যহীন হৈ পৰে। সভাখনত লোৱা গছপুলি ৰোপণ কাৰ্যসূচীবোৰত কমেও এজোপাৰ পৰা দহ জোপা পৰ্যন্ত গছ পুলি ৰোপন কৰা দেখিবলৈ পাওঁ। কিন্তু সভাত ৰোপন কৰা প্ৰায় গছ মৰি যোৱা পৰিলক্ষিত হয়। ইয়াৰ মূল কাৰণ হৈছে গছজোপাৰ প্ৰতিপালনত অৱহেলা কৰা।  কিয়নো এজোপা গছে নিজৰ শক্তিৰে জীয়াই থাকিবলৈ এক নিদিষ্ট বয়সৰ প্ৰয়োজন হয়। এই বছৰ কেইটিত গছজোপাক ভালদৰে আমি মানুহ হিচাপে প্ৰতিপালন কৰিব লাগে।  কিন্তু সভাখনত গছ জোপাক ৰোপণ কৰিয়েই এজন ব্যক্তিয়ে নিজৰ দায়িত্ব  সমাপ্ত কৰে। সেয়ে গছ জোপা মৰি যোৱা দেখিবলৈ পাওঁ। পুনৰ একে ঠাইতে পিছৰ সভাতো গছপুলি ৰোপণ কৰি ফটো তুলি সামাজিক মাধ্যম আদিত নিজকে প্ৰসাৰ কৰি আহিছে। কিন্তু এই ঠাইত আগতো এবাৰ নহয় বহু বাৰ বৃক্ষৰোপন কৰা হৈছিল। এইকথা জ্ঞাত হৈয়ো গছজোপা কি হ'ল বুলি প্ৰশ্ন  কৰিবলৈ কোনো এজন ব্যক্তিৰ আহৰি নাই। ইয়াৰ বিপৰীতে প্ৰকৃতি আৰু জীৱৰ সম্পৰ্ক কথা চিঞৰি চিঞৰি ভাষণ দিয়া পৰিলক্ষিত হয়। কাৰণ এই ভাষণ কেৱল এটা নিদিষ্ট সময়ৰ বাবেহে সীমাবদ্ধ থাকে। যাৰফলত আজি পৃথিৱীৰ চৌদিশে আজি গোলকীয় উষ্ণতা বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ।
            পৰিৱেশ সুৰক্ষা আৰু সেউজীয়া পৃথিৱী গঢ়াত যুৱ প্ৰজন্মক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে।  বৰ্তমান সময়ত  অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত বিশ্ব পৰিৱেশ দিৱসৰ উপৰিও গাঁৱে- ভুঞে গছপুলি ৰোপণ কাৰ্যসুচী গ্ৰহণ কৰি সেউজীয়া পৃথিৱী গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি ক'ব পাৰোঁ। ইয়াৰ সমান্তৰালকৈ মাজুলীৰ কলাগুৰু উদীয়মান যুৱ মঞ্চ,আধ্যাত্মিক যুৱ সন্মিলন, টীম মাজুলীকে ধৰি যুৱপ্ৰজন্মৰ দ্বাৰা পৰিচালিত বেচৰকাৰী সংস্থা তথা অনুষ্ঠানে গছপুলি ৰোপণ কৰাৰ উপৰিও তেওঁলোকে এটা নিদিষ্ট বছৰলৈ গছজোপাৰ প্ৰতিপালন কৰি আহিছে। তদুপৰি তেওঁলোকে গাঁৱে-ভুঞে সজাগতামুলক সভা-সমিতি অনুষ্ঠিত কৰি প্ৰকৃতি আৰু জীৱৰ সম্পৰ্কৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উপৰিও বহুতো উন্নয়নমূলক কাম-কাজ কৰি আহিছে। যদিহে আজিৰ মাজুলীৰ লগতে সমগ্ৰ যুৱপ্ৰজন্মই এনেধৰণৰ কাৰ্য্যকলাপত গুৰুত্ব দিয়ে, তেতিয়া হ'লে সেউজীয়া মাজুলীৰ লগতে ধুনীয়া পৃথিৱী গঢ়াত এক অন্যন্য ৰূপ দিব বুলি আমাৰ দৃঢ় বিশ্বাস। তদুপৰি জীৱকুল পৃথিৱীত বিদেশী পশু-পক্ষীৰো নদীদ্বীপ মাজুলীলৈ পুনৰ আগমন ঘটিব বুলি ক'ব পাৰোঁ। কাৰণ মাজুলীৰ কেইবাখনো বিল ক্ৰমে দক্ষিণপাট-ঔডুবি অঞ্চলৰ মাগুৰমাৰী, ঘটাহোলা, বৰদলনি, ৰামবলিয়া, বৰবিলা আৰু উজনি মাজুলীৰ ৰূপহী বিল,ভকতি বিল,পশুৰাম, হাউলি বিল, চ'লা পথাৰ দলনি, পূৱ মাজুলীৰ পতিয়া বিল,খনি বিল,দুবৈতলী,ঔডুবি, ৰাৱণাপুখুৰী,কমলাবাৰীৰ দৰিয়া ডুবি,চাকুলী,ভেৰেকী বিল আদি চৰাইৰ বিচৰণ থলী।ভকতিদুৱাৰ অঞ্চলত অৱস্থিত চৰাইচোং পক্ষীৰ বাবে  নিৰাপদ আবাসস্থল বুলি গণ্য কৰিব পাৰি । কিয়নো চৰাইচোংত বিদেশী চৰাই সমূহৰ উপৰিও লক্ষ্মী ফেঁচা, কুৰুলী ফেঁচা, শিল কপৌ ,শালিকা, মইনা,ঢোৰা কাউৰী,পাতি কাউৰী,বাৰিশেন,কানকুৰিকা,ঘৰচিৰিকা,তিলকপৌ আদি দেখিবলৈ পোৱা যায়। যদিহে মাজুলীৰ লগতে অসমৰ যুৱপ্ৰজন্মৰ এনেধৰণৰ প্ৰকৃতিক সংক্ষৰণে সমাজৰ সমগ্ৰ পৃথিৱীক এক সুস্থ অক্সিজেন দিবলৈ সক্ষম হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস।  
 
* মাৰিয়ানা কালটাবিয়ানো - গুই "ইগুইনহো" / ৰোকেটে স্পেনিয়েল / ডোনা ইগুইল্ডা / ফিফিভেলিনহা / ৰোকেটে স্পেনিয়েল
                            ■★◆★■
* এডুয়াৰ্ডো জাৰ্ডিম - এষ্টোপা / পিটিবুৰো
* আৰ্লি কাৰ্ডোছ’ - ৰিবাল্ডো "ৰিবা"
 
== তথ্য সংগ্ৰহ ==
==জন্ম==
<references />
হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয় মাজুলী জিলাৰ চামগুৰি সত্ৰত ১৯৫৮চনৰ ০১ মাৰ্চ তাৰিখে।
পিতৃ- স্বৰ্গীয় ৰুদ্ৰকান্ত দেৱ গোস্বামী।
মাতৃ- স্বৰ্গীয়া গগণেশ্বৰী গোস্বামী।
 
== বাহ্যিক সংযোগ ==
==শিক্ষা==
প্ৰাথমিক- চামগুৰি সত্ৰ প্ৰাথমিক বিদ্যালয়।
মাধ্যমিক-চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
প্ৰাক্ স্নাতক শিক্ষা অসম্পূৰ্ণ
 
* {{Official website|https://iguinho.com.br/gui-estopa.html}}
==কৰ্ম জীৱন==
* {{IMDb title|11762462}}
চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰিকৰী আৰু বিত্তিমুখি শাখাত শিক্ষকতা কৰি চনত অৱসৰ গ্ৰহণ ।
সাংস্কৃতিক পৰিৱেশত জন্ম লাভ কৰা হেমচন্দ্র গোস্বামীয়ে সৰুৰে পৰাই শিল্প সাধনাত জড়িত হৈ পৰে। বিশেষকৈ অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অবিস্মৰণীয় বৰঙণি আগবঢ়াই আহিছে। বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰাৰ উপৰিও তেখেতে নিজ গৃহতে বহুতো যুৱকক মুখাশিল্পৰ শিক্ষা প্ৰদান কৰি আহিছে। যাৰ জৰিয়তে শিল্প সাধনাৰ লগতে বহুতো পৰিয়াল আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে।
প্ৰাচীন কালৰে পৰা মুখা শিল্পত বাহ, বেত, কুমাৰ-মাটি, গৰুৰ গোবৰ, মৰা-পাটৰ আঁহ, কাগজ, প্ৰাকৃতিক ৰং আদিৰ দৰে জৈৱ-বিঘ্নিত কেঁচামাল ব্যৱহাৰ কৰি পৰিবেশ সংৰক্ষণৰ লগত পাৰস্পৰিক ক্ৰিয়াৰ এক কলাত্মক মাধ্যম প্ৰতিফলিত কৰি আহিছে।
 
[[শ্ৰেণী:দূৰদৰ্শন ধাৰাবাহিক]]
==শিল্পকৰ্মৰাজি==
কৰ্মশালা
১। ১৯৮০ চনত অসমৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ সযোগহত গুৱাহাটীত এমহীয়া মূখাকৰ্মশালা দিয়া হয়।
২।১৯৮৮ চনত পশ্চিম বংগৰ বিশ্বভাৰতীয় শান্তি নিকেতনৰ কলা ভৱনৰ ছাত্ৰ-ছাত্ৰীসকলক এমহীয়া মূখা কৰ্মশালা দিয়া হয়।
�৩।১৯৮৯চনত ডিমাপুৰত অৱস্থিত উওৰ-পূব মাণ্ডলিক সাংষ্কৃতিক কেন্দ্ৰৰ সৌজনত গুৱাহাটীত মুখা কৰ্মশালা দিয়া হয় ।
৪।১৯৯২ চনত উৰিষ্যা কোণাৰক মহোৎসৱত পূৱ-মাণ্ডলিক সাংষ্কৃতিক কেন্দ্ৰৰ কলকাতাৰ সৌজন্যত মূখা কৰ্মশালা দিয়া হয়।�
৫।১৯৯৮চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্বোধনী অনুষ্ঠানত মুখা কৰ্মশালা দিয়া হয়।
৬।২০০০ চনত শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত ললিত কলা একাডেমীৰ সহযোগত অনুষ্ঠিত মুখা কৰ্মশালা দিয়া হয়।
৭।২০০২ চনত নগাঁৱত কলংকলা কেন্দ্ৰত অনুষ্ঠিত দহ দিনিয়া মুখা কৰ্মশালা দিয়া হয়।
৮।২০০৩ চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১৮জানুৱাৰীৰ পৰা মুখা কৰ্মশালা দিয়া হয়।
৯।২০০৪ চনত উত্তৰ পূব-মাণ্ডলিক সাংষ্কৃতিক কেন্দ্ৰৰ সৌজনত ডিব্ৰুগড় সত্ৰীয়া সাংষ্কৃতিক কেন্দ্ৰ।
১০/২০০৫ চনত শ্ৰীমন্ত শঙ্কৰদেৱে কলাক্ষেত্ৰত পৰম্পৰাগত কাঠ খোদাই কৰ্মশালা।
১১/২০০৮ চনত মধ্যপ্ৰদেশৰ ভূপালত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয়ত অসম মহোৎসৱত মুখা কৰ্মশালা দিয়া হয়।
১২/২০১২ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগত মুখা কৰ্মশালা দিয়া হয়।
বৰ্তমানেও গোস্বামীদেৱে অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত মুখাৰ কৰ্মশালাত শিক্ষা প্ৰদান কৰি আহিছে।
 
বোলছবিত মুখাৰ অংশগ্ৰহণ:
 
১/ ২০০৯ বৰ্ষত বিদ্যুৎ বৰকটকী পৰিচালিত "এখন নেদেখা নদীৰ সিপাৰে" মুখাৰ প্ৰদৰ্শন দাঙি ধৰা হয়।
২/ ২০১০ বৰ্ষত আমেৰিকাস্থিত প্ৰবাসী অসমীয়া ৰূপম শৰ্মাৰ দ্বাৰা পৰিচালিত তথা হলিউডৰ বঁটা প্ৰাপ্ত " In Search of God"ত " অনাদি পতন"ৰ বালিৰ ভাস্কৰ্য আৰু মুখাৰ প্ৰদৰ্শন হয়।
 
==অন্যান্য কৰ্মৰাজি==
 
বাঁহৰ তোৰণ
১/ ১৯৮০ চনৰ পৰা বৰ্তমানলৈকে মাজুলীৰ বিভিন্ন স্থানত বিভিন্ন উৎসৱত বাঁহৰ তোৰণ নিৰ্মাণ কৰি আহিছে।
২/ ২০০৩ চনত যোৰহাটত অনুষ্ঠিত উত্তৰ পূব বিহু সন্মিলনৰ মুখ্যদ্বাৰ হিচাপে বিহুকেন্দ্ৰিক এখন বৃহৎ বাঁহৰ তোৰণ নিৰ্মাণ কৰে।
৩/ ২০০৪ চনত মাজুলী মহোৎৱত ১৫ ফুট ওখ বিশাল গৰুড় মূৰ্ত্তি তথা ভাস্কৰ্য তৈয়াৰ কৰে।
৪/ ২০১৪ বৰ্ষত অসম সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা মহাবাহু মহোৎসৱত বালিৰ ভাস্কৰ্য তৈয়াৰ কৰে।
 
==সংগ্ৰহালয়ত সংৰক্ষিত শিল্পৰাজি==
 
হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা নিৰ্মিত মুখাসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত হৈ আছে। যেনে-
১/ ১৯৯৯ চনত "Indira Gandhi National Center for Arts New Delhi"ৰ সংগ্ৰহাল়য়ত ৯ফুট ওখ ৰাৱণৰ মুখা।
২/ দিল্লীৰ "Assam Association''ত ৮ফুট ওখ ৰাৱণৰ বৰ মুখা।
৩/ পশ্চিম বংগৰ শান্তি নিকেতনত অৱস্থিত "ৰবীন্দ্ৰ নাথ ঠাকুৰ" সংগ্ৰহালয়ত ৰাৱণ আৰু নৰসিংহৰ মুখা।
৪/ গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱে কলাক্ষেত্ৰ সমাজ (পাঞ্জাবাৰী)ত ৰাৱণৰ বৰ মুখা, তাৰকা, মাৰিশ, সুবাহুৰ লোটোকৰী মুখাৰ মূৰ অংশ লগতে দশৱতাৰৰ কাঠৰ মূৰ্ত্তি , ঠগা, কাঠৰ মুখা আদি সংৰক্ষিত।
৫/ তেজপুৰ বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়ত ৰাৱণৰ বৰ মুখা সংৰক্ষিত হৈ আছে।
৬/ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত গৰুড়, পুতনা, চক্ৰবাত, বকাসুৰ আৰু কালীয় নাগ মুখা সংৰক্ষিত হৈ আছে।
৭/ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃ-তত্ত্ব বিভাগৰ সংগ্ৰহালয়ত ৰাৱণ, কুম্ভকৰ্ণ, নৰসিংহ, মাৰিশ, সুবাহু আদি মুখা সংৰক্ষিত হৈ আছে।
 
এইসমূহৰ উপৰিও গোস্বামীদেৱে মাজুলীৰ সমগ্ৰ সত্ৰসমূহ, নামঘৰসমূহ, অসমৰ বিভিন্ন প্ৰান্তৰ নামঘৰসমূহৰ কাঠ আৰু চিমেণ্টৰ সিংহাসন, গৰুড়াসন, ময়ূৰাসন, বিভিন্ন ধৰণৰ তোৰণ নিৰ্মাণ কৰিছে। গড়মূৰ সত্ৰৰ প্ৰৱেশদ্বাৰৰ নামসিংহযুক্ত‌ দুখন বৃহৎ আকাৰৰ তোৰণ আৰু মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী উদ্যানৰ ভাস্কৰ্যসমূহ এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য।
 
==প্ৰাপ্ত বঁটা,সন্মান==
 
১/ "শিল্প মেৰু বঁটা"।
২/ "আন্তঃৰাষ্ট্ৰীয় " শ্ৰী শ্ৰী দামোদৰদেৱ বঁটা"l
৩/ ২০১৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ।
৮/ সাহিত্য অকাডেমিৰ "সংগীত নাটক অকাডেমী বঁটা"
৪/ অখিল ভাৰত হিন্দু মহাসভাৰ পৰা " লুইত পৰীয়া জীৱনজোৰা সাধনা বঁটা"।
৫/ ২০১৮ চনৰ গণৰাজ্য দিৱসৰ প্ৰতীক পদত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুখাশিল্পৰ জৰিয়তে দ্বিতীয় স্থান লাভ কৰা হয়।
৬/কলা-সংস্কৃতি বঁটা।
৭/ শেহতীয়াকৈ সংগীত নাটক একাডেমী বঁটা ২০১৮ চনত প্ৰদান কৰা হৈছে।<ref> https://www.thehindu.com/entertainment/art/the-magician-of-majuli-hem-chandra-goswami/article29221124.ece </ref>
৮/ ২০২২ৰ জুন মাহত, ৰাজ্যপাল মুখীয়ে গোস্বামীক শৰাই, গামোচা, প্ৰশংসা পত্ৰ আৰু তেওঁৰ বিবেচনাধীন পুঁজিৰ পৰা ৫০ হাজাৰ টকাৰে সম্বৰ্ধনা জনায়। সেই সময়ত ৰাজভৱনত উপস্থিত থকা ৰাজ্যপালৰ লগতে গোস্বামীৰ ভাতৃ (কৃষ্ণ গোস্বামী, তেখেতো এজন মুখা শিল্পী) আৰু পুত্ৰৰ লগতে ৰাজ্যপালৰ আয়োগ আৰু সম্পাদক মীনাক্ষী সুন্দৰম আৰু আন আন ৰাজভৱনৰ কৰ্মচাৰীসকলে হেমচন্দ্ৰ গোস্বামী দেৱৰ সুস্বাস্থ কামনা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। <ref> https://organiser.org/2022/06/30/88240/bharat/assam-governor-jagdish-mukhi-honours-mask-making-artist-hem-chandra-goswami/ </ref>
 
ইয়াৰ উপৰিও বিভিন্ন ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ দ্বাৰা গোস্বামীদেৱ সন্মানীত হৈ আহিছে।<ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত</ref>
 
==তথ্যসূত্ৰ==