তাল (বাদ্যযন্ত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Oil
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
16 নং শাৰী:
| articles =
}}
'''তাল''' এবিধ ঘূৰণীয়া আৰু চেপেটা কাঁহ বা পিতলৰে নিৰ্মিত এবিধ বাদ্যযন্ত্ৰ।<ref>{{cite web|url=http://www.4to40.com/music/article.asp?p=Musical_Instruments_-_Solids&c=Musical_Instrument&sc=Solid_Instrument |title=Solid Instrument Article, Musical Instruments: Solids, Solid Instrument From New Delhi, Solid Instrument Musical Instrument, Popular Solid Instrument, New Delhi Based Solid Instrument |publisher=4to40.com |date=2007-03-14 |accessdate=2013-02-28}}</ref> এইবিধ বাদ্য নৃত্য-গীতত তাল ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।<ref>{{Cite book|author=Caudhurī, Vimalakānta Rôya|year=2007|title=The Dictionary Of Hindustani Classical Music|location=Delhi, India|publisher=Motilal Banarsidass|page=173|isbn=978-81-208-1708-1|url-access=registration|url=https://archive.org/details/dictionaryofhind00roya}}, originally published in 2000</ref> এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে hoja hoi jot Haj aonkho সজা হয় য'ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। এইবিধ বাদ্য বিহুগীত, লোকগীত আৰু কিছুমান আধ্যাত্মিক নাম-কীৰ্তনত ব্যৱহাৰ হয়।
 
তাল শব্দটো সংস্কৃত শব্দ "তাল"ৰ পৰা আহিছে। তাল ভাৰতীয় সংগীত আৰু সংস্কৃতিৰ অভিন্ন অংগ। ই একপ্ৰকাৰৰ ঘনবাদ্য। হিন্দু ধৰ্মীয় শাস্ত্ৰ সমূহত "কৰতাল"ৰ উল্লেখ পোৱা যায়।