ৰঞ্জিত বৰপূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পঢ়া প্ৰতিষ্ঠান ৰ নাম আৰু ঘৰৰ ঠিকনা
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
উক্ত ছবিখন শ্বহীদ ৰঞ্জিত বৰপূজাৰী দেৱৰ আলোকচিত্ৰ, চিত্ৰশিল্পী ভাস্কৰ শিখা ৰ দ্বাৰা অংকিত, বৰ্তমান এই ছবি খন কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসত প্ৰতিষ্ঠিত।
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
1 নং শাৰী:
[[চিত্ৰ:শ্বহীদ ৰঞ্জিত বৰপূজাৰী দেৱৰ আলোকচিত্ৰ চিত্ৰশিল্পী ভাস্কৰ শিখাৰ দ্বাৰা অংকিত.jpeg|thumb|'''শ্বহীদ ৰঞ্জিত বৰপূজাৰী দেৱৰ আলোকচিত্ৰ চিত্ৰশিল্পী ভাস্কৰ শিখাৰ দ্বাৰা অংকিত''']]
{{Infobox person
| name = ৰঞ্জিত বৰপূজাৰী
| image =Martyr ranjit barpujari.jpeg
| image_size = 120px
| alt =
| caption = ৰঞ্জিত বৰপূজাৰী
| birth_name =
| birth_date =১৯৪২
| birth_place =[[শিৱসাগৰ জিলা|শিৱসাগৰ]]
| death_date =৪ জুলাই ১৯৬০
| death_place =[[গুৱাহাটী]]
| residence =
| nationality = ভাৰতীয়
| other_names =
| ethnicity = <!-- Ethnicity should be supported with a citation from a reliable source -->
| citizenship =Indian
| education =কটন কলেজ, গুৱাহটী
| alma_mater =
| occupation =[[চৰকাৰী ভাষা আন্দোলন (অসম)|চৰকাৰী ভাষা আন্দোলন]]ৰ শ্বহীদ
| years_active =
| known_for =
| notable_works =
| style =
| influences =
| influenced =
| home_town =শিৱসাগৰ
| television =
| title =
| term =
| religion =
| spouse =
| partner =
| children =
| parents =
| relatives =
| awards =
| signature =
| website = <!-- {{URL|www.example.com}} -->
| footnotes =
}}
'''ৰঞ্জিত বৰপূজাৰী''' হ'ল [[চৰকাৰী ভাষা আন্দোলন (অসম)|অসমীয়া ভাষা আন্দোলন]]ৰ প্ৰথম শ্বহীদ।<ref>{{cite web | url=https://www.sentinelassam.com/sentinel-TV/language-movement-martyr-ranjit-borpujaris-death-anniversary-observed-450447?infinitescroll=1 | title=Language movement martyr Ranjit Borpujari's death anniversary observed | publisher=[[দ্যা ছেণ্টিনেল]] | date=4 July 2019 | accessdate=4 May 2021}}</ref> ১৯৪২ চনত [[শিৱসাগৰ]]ত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলন সময়ত [[কটন কলেজ]]ৰ ছাত্ৰ আছিল আৰু বৰ্তমানৰ ‘ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰবাস’ৰ আৱাসী আছিল। ১৯৬০ চনত [[অসমীয়া ভাষা]]ক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা দাৱীত সমগ্ৰ [[ব্ৰহ্মপুত্ৰ উপত্যকা|ব্ৰহ্মপুত্ৰ উপত্যকাতে]] জোৰদাৰ আন্দোলন গঢ় লৈ উঠিছিল। কটন কলেজও তাৰ ব্যতিক্ৰম নাছিল। আন্দোলনত অংশগ্ৰহণ কৰা একাংশ ছাত্ৰ দ’লক নিয়ন্ত্ৰণ কৰিবলৈ পুলিছে গুলি চালনা কৰা এক ঘটনাত ছাত্ৰবাসৰ ভিতৰতে ৰঞ্জিত বৰপূজাৰীৰ শ্বহীদ হৈছিল।