প্ৰযুক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:408A:8C81:6647:0:0:708A:1D13 (আলোচনা)-ই কৰা 374193 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
16 নং শাৰী:
অভিধান আৰু পণ্ডিতসকলে প্ৰযুক্তিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে। মেৰিয়াম ৱেবষ্টাৰ অভিধানৰ মতে ই হ’ল, "কোনো বিশেষ ক্ষেত্ৰত জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ" আৰু "জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ পৰা উপজা দক্ষতা।"<ref name="mwdict" /> [[উৰ্চুলা ফ্ৰেংকলিন|উৰ্চুলা ফ্ৰেংকলিনে]] আন এটা সংজ্ঞা দিছিল এই বুলি যে, "ই এক অভ্যাস, আমি কামবোৰ যিদৰে কৰোঁ ({{Lang|en|practice, the way we do things around here}})।"<ref>{{cite web|url=http://www.anansi.ca/titles.cfm?series_id=4&pub_id=58|title=Real World of Technology|accessdate=2007-02-13|author=Franklin, Ursula| publisher=House of Anansi Press}}</ref> আজিকালি শব্দটোক প্ৰযুক্তিৰ কোনো বিশেষ ক্ষেত্ৰ যেনে [[উচ্চ প্ৰযুক্তি]] বা [[উপভোক্তা ইলেকট্ৰনিক্‌চ]] বুজাবলৈও ব্যৱহাৰ কৰা হয়।<ref>{{cite web|url=http://news.bbc.co.uk/1/hi/technology/default.stm|title=Technology news|accessdate=2006-02-17|publisher=BBC News}}</ref> [[বাৰ্নাড ষ্টিগলাৰ]] ({{Lang|en|Bernard Stiegler}})-এ {{Lang|en|Technics and Time, 1}} গ্ৰন্থত প্ৰযুক্তিৰ সংজ্ঞা দুই ধৰণে দিছে, "জীৱনৰ বাদে অন্য উপায়েৰে জীৱনৰ সন্ধান" ({{Lang|en|the pursuit of life by means other than life}}) আৰু "সংগঠিত অজৈৱ পদাৰ্থ" ({{Lang|en|organized inorganic matter}})।<ref>{{cite book| last=Stiegler। first=Bernard। title=Technics and Time, 1: The Fault of Epimetheus| year=1998|publisher=Stanford University Press|isbn=0-8047-3041-3|pages=17, 82}}</ref> ষ্টিগলাৰে শেহতীয়াকৈ কৈছে যে [[জৈৱপ্ৰযুক্তি]]ক "সংগঠিত অজৈৱ পদাৰ্থ" বুলি ক’ব পৰা নাযাব আৰু "জৈৱ পদাৰ্থৰ পুনৰ্সংগঠন"হে ইয়াৰ বাবে উপযোগী।<ref>{{cite book| last=Stiegler|first=Bernard| title=L'avenir du passé: Modernité de l'archéologie| year=2008। publisher=La Découverte| isbn=2-7071-5495-4| page=23}}</ref>
 
‘প্ৰযুক্তি’ শব্দটোক বিভিন্ন কৌশলৰ সমষ্টি বুজাবলৈও ব্যৱহাৰ কৰিব পাৰি। এই দিশত ই হৈছে সামগ্ৰী উৎপাদনৰ বাবে সম্পদৰ প্ৰয়োগ, সমস্যা সমাধান, প্ৰয়োজন পূৰা কৰা বা সন্তুষ্টিৰ বাবে মানৱ জ্ঞানৰ অৱস্থা। বিভিন্ন প্ৰণালী, দক্ষতা, কৌশল, সঁজুলি আৰু কেঁচামাল ইয়াত সন্নিৱিষ্ট। আন শব্দৰ লগত একেলগে ব্যৱহাৰ কৰিলে, যেনে-"ভেষজ প্ৰযুক্তি" বা "মহাকাশ প্ৰযুক্তি"য়ে সেই ক্ষেত্ৰৰ জ্ঞান আৰু সঁজুলিৰ অৱস্থা বুজায়। "[[https://deartech.in/ ষ্টেট-অৱ-দা-আৰ্ট]]" প্ৰযুক্তিয়ে যিকোনো ক্ষেত্ৰত উপলব্ধ [[উচ্চ প্ৰযুক্তি]]ক বুজায়।
 
প্ৰযুক্তিক সংস্কৃতি নিৰ্মাণ বা সলনি কৰা কাৰ্য্য বুলিও ক’ব পাৰি।<ref>{{cite journal| last=Borgmann। first=Albert|year=2006|title=Technology as a Cultural Force: For Alena and Griffin|journal=The Canadian Journal of Sociology|volume=31|issue=3|pages=351–360|url=http://muse.jhu.edu/login?uri=/journals/canadian_journal_of_sociology/v031/31.3borgmann.html। format=fee required। accessdate=2007-02-16। doi=10.1353/cjs.2006.0050}}</ref> তাৰ উপৰিও জীৱনৰ উন্নতিৰ বাবে গণিত, বিজ্ঞান আৰু কলাৰ প্ৰয়োগো প্ৰযুক্তি। উদাহৰণস্বৰূপে যোগাযোগ প্ৰযুক্তিয়ে মানুহৰ ভাৱ আদান-প্ৰদানৰ বাধা আঁতৰাই নতুন উপ-সংস্কৃতি গঢ় দিয়াত সহায় কৰিছে; তেনেকৈ [[চাইবাৰ সংস্কৃতি]]ৰ অন্তৰালত আছে ইণ্টাৰনেট আৰু [[কম্পিউটাৰ]]ৰ বিকাশ।<ref>{{cite web| url=http://macek.czechian.net/defining_cyberculture.htm| title=Defining Cyberculture| accessdate=2007-05-25। author=Macek, Jakub}}</ref> সকলো প্ৰযুক্তিয়ে সংস্কৃতিৰ সৃষ্টিমূলক বিকাশ নকৰে; ইয়াক বন্দুকৰ দৰে সঁজুলিৰ জৰিয়তে ৰাজনৈতিক উৎপীড়ন আৰু যুদ্ধৰ কামতো ব্যৱহাৰ কৰা হয়।
"https://as.wikipedia.org/wiki/প্ৰযুক্তি"ৰ পৰা অনা হৈছে