নাগালেণ্ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(GR) File renamed: File:SaurabhSawant DzukouValley Khonoma Nagaland MG 2559.jpgFile:Photograph of Dzukou Valley in Manipur-Nagaland border by Saurabh Sawant.jpg Criterion 2 (meaningless or ambiguous name) · correction of spelling and fact; Dzukou valley is in the borders of Manipur and Nagaland.
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{Infobox state
| name = নাগালেণ্ড
| native_name =
| native_name_lang =
88 নং শাৰী:
'''নাগালেণ্ড''' ({{lang-en|Nagaland}}) {{IPAc-en|'|n|ah|g|@|l|ae|n|d}} [[উত্তৰ পূব ভাৰত]]ৰ এক অংগৰাজ্য, নাগালেণ্ডৰ পশ্চিমে [[অসম]], উত্তৰলৈ [[অৰুণাচল প্ৰদেশ]] আৰু অসমৰ কিছু অংশ, পূৱে [[ম্যানমাৰ]] আৰু দক্ষিণলৈ [[মণিপুৰ]]। ৰাজ্যৰ ৰাজধানী [[ক’হিমা]], আৰু বৃহত্তম নগৰ [[ডিমাপুৰ]], নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯&nbsp; km<sup>2</sup> আৰু ২০১১ চনৰ লোকপিয়ল মতে জনসংখ্যা ১,৯৮০,৬০২ (ঊনৈশ লাখ আশী হাজাৰ ছশ দুজন), এইখন [[ভাৰত]]ৰ সৰু ৰাজ্যসমূহৰ মাজত এখন। অসমৰ দাঁতিকাষৰীয়া অঞ্চল সমূহক বাদ দি ৰাজ্য খনৰ আনবোৰ অঞ্চল ঘাইকৈ পৰ্বতীয়া, ৩,৮৪০ মিটাৰ ঊচ্চতাৰ সাৰামতি নাগালেণ্ডৰ সৰ্বোচ্চ পাহাৰ (শৃংগ), ই ব্ৰহ্মদেশ (ম্যানমাৰ) আৰু ভাৰতৰ মাজত এক প্ৰাকৃতিক প্ৰাচীৰৰ দৰে থিয় হৈ আছে। ই ৯৮ডিগ্ৰীৰ পৰা ৯৬ডিগ্ৰী পূৱ দ্ৰাঘিমাংশ আৰু [[বিষুৱ ৰেখা|বিষুৱ]]ৰ উত্তৰে ২৬.৬ৰ পৰা ২৭.৪ ডিগ্ৰী অক্ষাংশলৈ বিস্তৃত।
 
১ ডিচেম্বৰ ১৯৬৩ স্থাপন হোৱা নাগালেণ্ড ভাৰতৰ ১৬শ ৰাজ্য, ৰাজ্যখন মুঠ ১১খন ৰাজ্যত বিভক্ত, সেইবোৰ হ’ল: ক’হিমা জিলা, ফেক জিলা, মুককচাং জিলা, ৱ’খা জিলা, জুনহেবুট’ জিলা, টুৱেনচাং জিলা, মন জিলা, ডিমাপুৰ জিলা, কিপহিৰে জিলা, লংগ্লেং জিলা আৰু পেৰেণ জিলা. পাৰ্বত্য ৰাজ্যখনৰ কৃষিয়েই অৰ্থব্যৱস্থাৰ মূল। চাউল, গোমধান, ধপাতজাতীয় সামগ্ৰী, তৈলবীজ, কুহিঁয়াৰ, কপাহ, আলু, আহঁজাতীয় শস্য, মতৰ আদি ৰাজ্যখনৰ প্ৰধান শস্য। বনজ সম্পদ, পৰ্যটন, গৃহনিৰ্মাণ ঊদ্যোগ আদিয়েও ৰাজ্যৰ অৰ্থব্যৱস্থা বৰঙণি যোগাই।
 
==ইতিহাস==
"https://as.wikipedia.org/wiki/নাগালেণ্ড"ৰ পৰা অনা হৈছে