ৱিকিপিডিয়া:উৎসৰ উল্লেখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

157.231.47.236 (কথা-বতৰা)ৰ সম্পাদনাসমূহ Kuldhar Rabhaয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
ঙ্গধ চেয়ে উঁচু চ্ছ চোখ ুু
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
 
{{bots|deny=citation bot}}
{{dablink|[[ৱিকিপিডিয়া:REF]] redirects here. You may be looking for [[ৱিকিপিডিয়া:Reference Desk]]. [[ৱিকিপিডিয়াৱিকি জোপিডিয়া:CS]] also redirectsredirect বসতs here. YouচাYou may be looking for [[ৱিকিপিডিয়া:Clean start]]. For a simplersimplএঝ সময় ধer introduct introductionউচ্চion to citing sources, see [[ৱিকিপিডিয়া:Referencing for beginners]]. For citing Wikipedia articles in academic journals, websites and in other media, see [[ৱিকিপিডিয়া:Citing Wikipedia]].}}
{{subcat guideline|content guideline|WP:CS|WP:CITE|WP:REF}}
{{Nutshell|This guideline discusses how to format [[citations]]. For the policy on sourcing, see [[ৱিকিপিডিয়া:Verifiability|Verifiability]].}}
 
'''বিৱৰণ''' (citation) হৈছে এশাৰী বাক্যাংশ বা শব্দৰ সমষ্টি যিয়ে উৎসটো সম্পৰ্কে অদ্বিতীয়ভাৱে ব্যাখ্যাঅদ্বিতীয়ভাজন্যৌ কৰে। উদাহৰণস্বৰূপে:
 
{{Quotation|লক্ষ্মীনাথ বেজবৰুৱা, মোৰ জীৱন সোঁৱৰণ, লয়াৰ্ছএ নজরলয়াৰ্ছ বুক ষ্টল, ২০১০, পৃষ্ঠা ১২৬}}
 
'''কেতিয়া আৰু কিয় উৎস উল্লেখ কৰাটো প্ৰয়োজন''': উৎস ব্যৱহাৰৰ আঁচনি লোৱাৰ মূল লক্ষ্যই হৈছে তথ্যসমূহৰ সত্যাসত্য নিৰূপণ কৰাত সুবিধা হোৱা। তাৰ বাবে যিসমূহ তথ্যৰ সত্যতা সম্পৰ্কে সন্দেহ উপজিব পাৰে, তেনেকুৱা সকলো তথ্যৰ বাবে বাক্যৰ মাজতেই বিৱৰণ দিয়াটো আৱশ্যক। লগতে সকলোধৰণৰ উদ্ধৃতিৰ বাবেও বিৱৰণ দিয়াটো প্ৰয়োজনীয়। এই আঁচনি প্ৰৱন্ধ, তালিকা, চিত্ৰ-শিৰোনাম, প্ৰৱন্ধৰ শাখা আদি ৱিকিপিডিয়াৰ মূলক্ষেত্ৰত থকা সকলো অংশতে কঠোৰভাৱে প্ৰযোজ্য। চিত্ৰসমূহৰ ক্ষেত্ৰতো উৎস উল্লেখ কৰাটো বাধ্যতামূলক। চিত্ৰ এখন আপলোড কৰিবৰ সময়ত আপলোড কৰোতাজনে চিত্ৰখন ক'ৰ পৰা লৈছে আৰু ইয়াৰ প্ৰতিলিপি স্বত্বৰ স্থিতি সম্পৰ্কে উল্লেখ কৰিব লাগিব।
 
কেনেকৈ তথ্যৰ বিৱৰণ উল্লেখ কৰিব: প্ৰতিটো প্ৰৱন্ধৰ সকলো অংশত একেটা বিৱৰণ পদ্ধতি ব্যৱহাৰ কৰা উচিত। যদি এটা প্ৰৱন্ধত ইতিমধ্যে বিৱৰণৰ ব্যবহাৰ হৈছে, নতুন বিৱৰণ যোগ দিবলৈ একেটা পদ্ধতি অৱলম্বন কৰক অথবা এই সম্পৰ্কে দ্বিধাৰ জন্ম হ'লে কোনোধৰণৰ সালসলনি কৰাৰ পূৰ্বে প্ৰৱন্ধটোৰ আলোচনা পৃষ্ঠাত গৈ এইসম্পৰ্কে পৰামৰ্শ বিচাৰক। আপুনি শুদ্ধভাৱে বিৱৰণ দিয়াৰ চেষ্টা কৰাটো আৱশ্যক, কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল উৎসটো চিনাক্ত কৰিবলৈ আপুনিআপুখনি পৰ্যাপ্ত তথ্য দাখিল কৰাটো। প্ৰয়োজন হ'লে বিৱৰণৰ সজ্জাটো আন ৱিকিপিডিয়ানেও উন্নত কৰিব পাৰিব।
 
== পদৰ ব্যৱহাৰ ==