হীৰেন গোহাঁই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
64 নং শাৰী:
# কেৱল মানুহৰ আছে গান, তৰা আৰু বোকা (১৯৯৩)
# কালস্ৰোত আৰু কাণ্ডাৰী (১৯৯৫)
# [[ইমান তিতা সাগৰৰ পানী
# [[ইমান তিতা সাগৰৰ পানী]] (২০১১)<ref>{{Cite web |title=ইমান তিতা সাগৰৰ পানী গ্ৰন্থৰ তথ্য |url=http://books.jamini.co.in/%E0%A6%87%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%80/ |access-date=2012-03-22 |archivedate=2012-02-01 |archiveurl=https://web.archive.org/web/20120201130146/http://books.jamini.co.in/%E0%A6%87%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%80/ |deadurl=yes }}</ref> (আত্মজীৱনী)
# [[বতাহত ক’ৰ গধূলি গোপাল]] (আত্মজীৱনী)
# সাহিত্য, সত্তা আৰু সাধনা (২০০০)
Line 129 ⟶ 130:
ড॰ হীৰেন গোহাঁই [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[ইংৰাজী ভাষা|ইংৰাজী]] সাহিত্যৰ এগৰাকী সুপ্ৰতিষ্ঠিত সমলোচক। তেওঁৰ তীক্ষ্ণধী সমালোচনাই অসমৰ [[সাহিত্য]], [[ৰাজনীতি]], [[সমাজনীতি]] আৰু [[সংস্কৃতি|সাংস্কৃতিক]] দিশলৈ নতুন গতিধাৰা আৰু চেতনাবোধ আনিছে। বৰ্তমান ইয়াৰ প্ৰতিটো দিশতে তেওঁ এগৰাকী কাণ্ডাৰীৰ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু প্ৰকৃত [[গণতন্ত্ৰ]]ৰ মূল্যবোধক প্ৰমূল্য দিয়া এগৰাকী প্ৰকৃত গণতান্ত্ৰিক ব্যক্তিৰূপেও তেওঁ অসমৰ সমাজ জীৱনত আখ্যায়িত হৈছে।<ref name="হীৰেন গোহাঁই"/>
{{cquote|“এদলে অসমীয়া নপঢ়ে; ইংৰাজী পঢ়ে, ফলত অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত একো অৱদান যোগাব নোৱাৰে, আন দলে আকৌ কেৱল অসমীয়াহে পঢ়ে, ইংৰাজী নপঢ়ে; ফলত বিদেশৰ লগত আদান-প্ৰদানত যথেষ্ট বাধাৰ সন্মুখীন হয়।”<ref name="হীৰেন গোহাঁই"/>|ড॰ হীৰেন গোহাঁই }}
 
===সাংবাদিকৰূপে হীৰেন গোহাঁই===
ড॰ হীৰেন গোহাঁই সংবাদ সেৱাৰ লগতো জড়িত আছিল। বিভিন্ন বাতৰি কাকত আৰু আলোচনীৰ লগত তেখেত জড়িত। তেখেতে ''নতুন পৃথিৱী'' (১৯১৭-১৯৭৩), ''পদাতিক'' (১৯৭৪-১৯৭৭), ''কলাখাৰ'' (১৯৭৯-১৯৮২), ''সংকেত'' প্ৰভৃতি কেইবাখনো আলোচনী আৰু বাতৰি কাকত সম্পাদনা কৰিছিল।<ref name="হীৰেন গোহাঁই"/>