শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
58 নং শাৰী:
'''শৰাইঘাট দলং''' ({{lang-en|Saraighat Bridge}}) [[অসম]]ৰ [[গুৱাহাটী]]ত [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৮ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে।<ref name="dipak">{{cite newsgroup | title=পঞ্চাছ বছৰীয়া হ'ল শৰাইঘাট | date=৮ জুন, ২০১২ | author=দীপক কুমাৰ বৰ্মন | newsgroup=আমাৰ অসম}}</ref> এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]।<ref name="স্বৰ্ণ জয়ন্তী" />
 
প্ৰথমতে দলঙখনৰদলং খনৰ নাম ''ব্ৰহ্মপুত্ৰ দলং'' আছিল। পাছত ইয়াক ''শৰাইঘাট দলং'' নামেৰে নামকৰণ কৰা হয়।<ref name="কিছু কথা">{{cite news | url=http://ajirdainikbatori.com/magazine.htm | title=শৰাইঘাট দলঙৰ কিছু কথা | date=দেওবাৰ ২৯ জানুৱাৰী ২০১২ | agency=আজিৰ দৈনিক বাতৰি | accessdate=October 21, 2012 | author=কুমুদেশ্বৰ হাজৰিকা | location=অসম | archivedate=March 16, 2014 | archiveurl=https://web.archive.org/web/20140316165935/http://ajirdainikbatori.com/magazine.htm | deadurl=yes }}</ref>
 
==ইতিহাস==