কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
34 নং শাৰী:
|Year = ১৯৮৫
}}
'''কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান''' koileni boo Kunal ({{lang-en|Kaziranga National Park}}) [[অসম]]ৰ [[নগাওঁ জিলা|নগাঁও]] আৰু [[গোলাঘাট জিলা]]ত অৱস্থিত এখন [[ৰাষ্ট্ৰীয় উদ্যান]]। [[পৃথিৱী]]ৰ প্ৰায় দুই তৃতীয়াংশ [[এশিঙীয়া গঁড়|এক খড়্গযুুুুক্ত গঁড়]]ৰ বাসস্থান কাজিৰঙা [[বিশ্ব ঐতিহ্যক্ষেত্ৰ]]সমূহৰ এখন।<ref>{{Cite news|url=http://news.bbc.co.uk/2/hi/south_asia/6564337.stm |work=BBC News |title=Assam rhino poaching 'spirals' |author=Bhaumik, Subir |date=17 April 2007 |accessdate=2008-08-23}}</ref>
কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে [[ঢেঁকীয়াপতীয়া বাঘ]]ৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান [[হাতী]] (''{{lang|en|Asian Elephant}}''), [[বনৰীয়া ম’হ]] (''{{lang|en|Wild Asiatic Water Buffalo}}'') আৰু [[দল-হৰিণা]] (''{{lang|en|Swamp deer}}'')-ৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। 'আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন' (''{{lang|en|Birdlife International}}'') সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' (''{{lang|en|Important Bird Area}}'') বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় 'জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান'ত (''{{lang|en|biodiversity hotspot}}'') অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়।
 
149 নং শাৰী:
কাঞ্চনঝুৰি, পানবাৰী আৰু তামূলীপথাৰ ব্লকসমূহত চিৰসেউজ অৰণ্য বিৰাজমান। এই চিৰসেউজ অৰণ্যত দেখা পোৱা গছ সমূহ হৈছে [[Aphanamixis polystachya]], [[Talauma hodgsonii]], [[Dillenia indica]], [[Garcinia]] tinctoria, [[Ficus]] rumphii, [[Cinnamomum]] bejolghota, আৰু [[Syzygium]] বিভিন্ন প্ৰজাতি। বাগৰি, বিমলী, আৰু হালধিবাৰী ব্লকত গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য দেখা যায়। এই অংশত পোৱা যায় [[Albizia]] procera, [[Duabanga]] grandiflora, [[Lagerstroemia speciosa]], [[Crateva religiosa|Crateva unilocularis]], [[Sterculia]] urens, [[Grewia]] serrulata, [[Mallotus (plant)|Mallotus]] philippensis, [[Bridelia]] retusa, [[Aphania]] rubra, [[Leea]] indica,'' আৰু ''Leea umbraculifera''.<ref>Jain, S.K. and Sastry, A.R.K. (1983). ''Botany of some tiger habitats in India''. Botanical Survey of India, Howrah. p71 .</ref>
 
কাজিৰঙাৰ জলাশয় সমূহতো বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখা যায়। [[পানী মেটেকা]] (water hyacinth) কাজিৰঙাত সতকাই চকুত পৰা এবিধ আগ্ৰাসী জল-উদ্ভিদ। পানী-মেটেকাই জলাশয়সমূহ ঢাকি পেলায় যদিও বানপানীয়ে বছৰি মেটেকা নিৰ্মূল কৰে। {{Citation needed|date=August 2010}} আন এবিধ আগ্ৰাসী উদ্ভিদ [[Mimosa invisa]], যি তৃণভোজী প্ৰাণীৰ বাবে হানিকাৰক। ২০০৫ চনত [[Wildlife Trust of India]]-ৰ সহযোগত কাজিৰঙাৰ কৰ্মচাৰীয়ে ইয়াক নিৰ্মূল কৰে।<ref>''[http://www.wildlifetrustofindia.org/html/reports/Silent_Stranglers.pdf Silent Stranglers, Eradication of Mimosas in Kaziranga National Park, Assam] {{Webarchive|url=https://web.archive.org/web/20070304034342/http://www.wildlifetrustofindia.org/html/reports/Silent_Stranglers.pdf |date=2007-03-04 }}''; Vattakkavan et al.; Occasional Report No. 12, [[Wildlife Trust of India]], pp. 12–13([[PDF]]). Retrieved on 2007-02-26</ref>
 
== প্ৰশাসন ==