মিচিং জনগোষ্ঠী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎পঃৰাগ: বৰ্ণাশুদ্ধি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
56 নং শাৰী:
===পঃৰাগ===
{{Main|পঃৰাগ}}
পঃৰাগ মিচিং জনগোষ্ঠীৰ আন এক উৎসৱ। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়। সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। এই উৎসৱ গাঁৱৰ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়। আলি আঃয়ে লৃগাংৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত-মাত, নৃত্য-গীতৰ আয়োজন হয়। পৰাগ উৎসৱ তিনিদিন ধৰি পালন কৰা হয়। প্ৰথম দিনাৰ সকলো আয়োজন শেষ কৰাৰ পিচত ৰাতিলৈ 'মিবু'ৰ আদৰণিৰে ''মিবু-দাগনাম'' অনুষ্ঠান পতা হয়। এই অনুষ্ঠানত মিবুৰে সৈতে সকলো দেকা-গাভৰু শাৰী-শাৰীকৈ নৃত্য কৰে। এই নৃত্যত ''আঃবাঃ'' গীত গোৱা হয়। এনে মাঃগলিক অনুষ্ঠানবোৰত মিবুৰ সৈতে গাঁৱৰ বয়োবৃদ্ধসকলে বধ কৰা গাহৰিৰ আগমঙহত ''আচিন-তাগিৰ'' বা মংগল চায়। দ্বিতীয়দিনা নিমন্ত্ৰিত অতিথি'মিনম'সকলক আদৰ শুশ্ৰূষা কৰা হয়। পৰাগ উৎসৱত চুবুৰীয়া গাঁৱৰ উপৰি দূৰ-দূৰণিৰ গাঁৱকো নিমন্ত্ৰণ কৰা হয়। পৰাগ উৎসৱত গাঁৱৰ ''মুৰংঘৰ'' অনুষ্ঠিত কৰা হয়। মুৰংঘৰ গাঁৱৰ সোঁমাজত নাইবা যিকোনো এমুৰত মুকলি ঠাইত পূবা-পশ্চিমাকৈ বনোৱা হয়। ইয়াক বাঁহ, কাঠ, আৰু খেৰেৰে নিৰ্মাণ কৰা হয়। মুৰংঘৰত বেৰ নাথাকে; ই এটা মুকুলি চাংঘৰ। ইয়াৰ দুয়োমূৰে চাঙত উঠা-নমা কৰিবলৈ জখলা লগাোৱা থাকে। পঃৰাগৰ কেউনিশা গাঁৱৰ ডেকা-গাভৰু আৰু মিনমসকলে এক লগে মুৰংঘৰত শোৱে। এয়া মিচিংসকলৰ পৰম্পৰাগত ৰীতি। পঃৰাগ উৎসৱৰ অন্যতম অনুষ্ঠান হ'ল-''পঃবৰ্-কাতনাম্'' আৰু ''এঃগ-মাননাম''। ''পঃবৰ'' বাঁহ-বেতেৰে সজোৱা চুপি আকৃতিৰ এক সাজ, ইয়াক আপঙ্ চাকিবলৈ ব্যৱহাৰ কৰা হয়। ''এঃগ-মাননাম'' বা গাহৰি বধ কৰা অনুষ্ঠান। এইদৰে তিনতত দিন, তিনদিন নিশা ৰং-আনন্দ, ভোজভাত আৰু পূজা-অৰ্চনাৰ পাচত পঃৰাগ উৎসৱৰ সামৰণি মৰা হয়।হয়।Ami ai uthad bohut ulah malohere palon koru
 
==বিবাহ পদ্ধতি==