যাদু বাস্তৱবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
4 নং শাৰী:
 
আইৰিন গুয়েন্থাৰে (১৯৯৫) এই শব্দটোৰ [[জাৰ্মানী|জাৰ্মান]] মূলৰ বিষয়ে আলোচনা কৰিছে, আৰু পূৰ্বৰ এটা যাদু বাস্তৱবাদী শিল্পক পৰৱৰ্তী যাদু বাস্তৱবাদী সাহিত্যৰ সৈতে কেনেকৈ জড়িত;-শীৰ্ষক প্ৰশ্নটো উত্থাপন কৰিছে।<ref name="Guenther1995">{{cite book|last=Guenther|first=Irene|title=Magical Realism: Theory, History, Community|date=1995|publisher=Duke University Press|isbn=0-8223-1640-4|editor=Lois Parkinson Zamora|pages=[https://archive.org/details/magicalrealismth0000unse/page/33 33–73]|chapter=Magic Realism, New Objectivity, and the Arts during the Weimar Republic|editor2=Wendy B. Faris|chapter-url=https://archive.org/details/magicalrealismth0000unse/page/33}}</ref>যাদু বাস্তৱবাদক সচৰাচৰ লেটিন-আমেৰিকীয় সাহিত্যৰ লগত সম্পৰ্কিত কৰা হয়। যাদু বাস্তৱবাদৰ প্ৰতিষ্ঠাতাসকলৰ ভিতৰতঃ লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ, ইছাবেল এলেণ্ডে, জৰ্জ লুইছ বৰ্গেছ, জুয়ান ৰুলফো, মিগেল এঞ্জেল আষ্টুৰিয়াছ, এলেনা গাৰো, মিৰেয়া ৰ'বেলছ, ৰোমুলো গালেগোছ আৰু আৰ্টুৰো উছলাৰ পিয়েট্ৰি। ইংৰাজী সাহিত্যত ইয়াৰ মুখ্য প্ৰতিনিধিসকলৰ ভিতৰত আছে নীল গেইমেন, ছালমান ৰুছডি, এলিছ হফমেন, নিক জোৱাকিন, নিকোলা বাৰ্কাৰ। বাংলা সাহিত্যত যাদু বাস্তৱবাদৰ বিশিষ্ট সাহিত্যিকসকলৰ ভিতৰত নবাৰুন ভট্টাচাৰ্য, আখতেৰুজ্জামান ইলিয়াছ, শ্বাহিদুল জাহিৰ, জিবাননন্দ দাস আৰু চৈয়দ ৱালিউল্লাহ আদি উল্লেখযোগ্য। জাপানী সাহিত্যত এই ধাৰাটোৰ অন্যতম গুৰুত্বপূৰ্ণ লেখক হ’ল হাৰুকি মুৰাকামি। কন্নড় সাহিত্যত সাহিত্যিক শিৱৰাম কৰণ্থ আৰু দেৱানুৰ মহাদেৱে তেওঁলোকৰ অতি বিশিষ্ট গ্ৰন্থসমূহত যাদুকৰী বাস্তৱবাদৰ সঞ্চাৰ কৰিছে। পোলেণ্ডৰ সাহিত্যত যাদু বাস্তৱবাদক প্ৰতিনিধিত্ব কৰিছে ২০১৮ চনৰ সাহিত্যৰ নোবেল বঁটা বিজয়ী অলগা টোকাৰচুকে।
 
== লিংক ==
* [[মারিও বার্ডি]]
 
==তথ্যউৎস==