Content deleted Content added
|
টেগ্: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
কাবাত হিন্দু লোকৰ প্ৰবেশ নিষিদ্ধ
{{Infobox religious building
| building_name = কাবা
| native_name = الكعبة
| native_name_lang = ar
| image = Mosquée Masjid el Haram à la Mecque.jpg
| image_size = 300px
| caption = কাবা (মছজিদ আল হাৰামত)
| location = [[মক্কা]], [[আল হেজাজ]], [[চৌদি আৰৱ]]
| coordinates = {{coord|21.4225|39.8262|display=inline,title}}
| religious_affiliation = [[ইছলাম]]
| height_max = {{convert|13.1|m|ft|abbr=on}}
}}
'''কাবা''', '''কাবাঘৰ''', '''কাবা শ্বৰীফ''' ({{lang|ar|الكعبة}}, আৰু যি নামেৰে পৰিচিত {{lang|ar|الكعبة المشرًّفة}} "The Primordial House"), অথবা ({{lang|ar|البيت الحرام}} "The Sacred House"), এটা ডাঙৰ ঘন আকৃতিৰ ইমাৰত, যিটো [[চৌদি আৰৱ|চৌদি আৰৱৰ]] [[মক্কা]] চহৰৰ [[মছজিদুল হাৰাম]] মছজিদৰ মাজত অৱস্থিত। আচঁলতে মছজিদটো কাবাৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে।
[[ইছলাম ধৰ্ম]] মতে কাবা ক আটাইতকৈ পৱিত্ৰ স্থান হিচাপে ভাবে।<ref name="eoi317">Wensinck, A. J; Ka`ba. Encyclopaedia of Islam IV p. 317</ref> এইটো মুছলিম সকলৰ [[কিবলা]], অৰ্থাৎ যি দিশে থিয় হৈ নামাজ পঢ়ে বা [[ছালাত]] আদায় কৰে, পৃথিৱীৰ যিকোনো স্থানৰ পৰা কাবা যি দিশে মুছলিম সকলে ঠিক সেই দিশে মুখ কৰি নামাজ পঢ়ে। [[হজ্জ]] আৰু [[উমৰা]] পালনৰ সময়ত মুছলিম সকলে কাবাক ঘেৰি [[তাওয়াফ]] বা প্ৰদক্ষিন কৰে।<ref name="eoi317"/>
== অৱস্থান আৰু বাস্তৱিক গঠন ==
|