শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

81 নং শাৰী:
 
===ভাৰতীয় সেনা বাহিনীৰ প্ৰত্যুত্তৰ===
পাকিস্তানী সৈন্যৰ এই আঁচনিৰ কথা আগতীয়াকৈ জানিব পাৰি ভাৰতীয় সামৰিক বাহিনীয়ে ইয়াৰ উপযুক্ত ব্যৱস্থা কৰি থৈছিল।<ref name="প্ৰত্যুত্তৰ">{{cite journal | title=শৰাইঘাট! শৰাইঘাট! | author=বাদল দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১৮ পৃষ্ঠা}}</ref> তেওঁলোকে পাক বিমানৰ আগমন “ৰাডাৰ” যোগে গম পাই আমিনগাঁৱৰ অঞ্চলৰ আকাশ “লেজাৰ বীম” প্ৰয়োগ কৰি পোহৰাই তোলে। লগতে ভাৰতীয় সেনাই দলঙৰ তলৰ পৰা ''এণ্টি এয়াৰ ক্ৰাফট গান''-এৰে পাকিস্তানী বিমানক আক্ৰমণ কৰে।<ref name="প্ৰত্যুত্তৰ" /> এই অতৰ্কিত আক্ৰমণত পাকিস্তানী বিমানবোৰে কোনো ক্ষতি নকৰাকৈ উভতি যায়।<ref name="প্ৰত্যুত্তৰ" />
 
==অসমৰ অৰ্থনৈতিক ব্যৱস্থাত শৰাইঘাটৰ ভূমিকা==