কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

18 নং শাৰী:
ভিক্টোৰিয়ান যুগৰ বিশিষ্ট কম্পিউটাৰ বিজ্ঞনীকসকলৰ ভিতৰত [http://en.wikipedia.org/wiki/Charles_Babbage চাৰ্লচ বেবেজ]-ৰ নাম বিশেষভাৱে উল্লেখনীয়| "ডিফাৰেনছিয়েল ইঞ্জিন" নামৰ যান্ত্ৰিক কম্পিউটাৰৰ আৱিষ্কাৰক বেবেজক আধুনিক সংগননবিদ্যাৰ জনক আখ্যা দিয়া হয়|
 
মন কৰিবলগীয়া যে এই আবিস্কাৰ‌বোৰ‌ক আজিৰ‌ যুগত কম্পিউটাৰ‌ বুলিলে আমি যি বুজোঁ সেয়া বুলিব পৰা নাযায়। সেইদৰে কম্পিটাৰ‌ বিঞ্জানৰ‌ সম্বন্ধিত অধ্যয়নো সেইকালত সীমিত আছিল। দৰাচলতে ১৯৪০ মানৰ‌পৰাহে বৰ্তমান যুগৰ‌ অৰ্থত কম্পিউটাৰ‌ শব্দৰ‌ বহুল প্ৰয়োগ আৰ‌ম্ভ হয়। ১৯৬০ ৰ‌ পৰা বিষয় হিচাবে কম্পিউটাৰ‌ বিজ্ঞানৰ‌ অধ্যয়ন আৰম্ভ হয়<ref name="Denning_cs_discipline">{{cite journal | last=Denning | first=P.J. | authorlink=Peter J. Denning | year=2000 | title=Computer Science: The Discipline | url=http://web.archive.org/web/20060525195404/http://www.idi.ntnu.no/emner/dif8916/denning.pdf | journal=Encyclopedia of Computer Science}}</ref>।
 
[[Category:কম্পিউটাৰ বিজ্ঞান]]