অসম ষ্টাৰ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
35 নং শাৰী:
}}
'''অসম ষ্টাৰ থিয়েটাৰ''' ১৯৭০ চনৰ ১১ ছেপ্তেম্বৰত প্ৰতিষ্ঠা হোৱা এটা [[ভ্ৰাম্যমাণ থিয়েটাৰ]]-ৰ দল। [[নটৰাজ থিয়েটাৰ]] আৰু [[মঞ্চৰূপা থিয়েটাৰ]]ৰ পিছত [[পাঠশালা]]ত আৰম্ভ হোৱা নাট্যদল হ'ল অসম ষ্টাৰ থিয়েটাৰ। [[পাঠশালা]]ৰ কুমুদ শৰ্মাৰ প্ৰযোজনাত এই থিয়েটাৰ প্ৰতিষ্ঠা হয়। <ref name=hist>কিশোৰ কুমাৰ কলিতা (লেখক), ''পাঠশালা'', (স: কিশোৰ কুমাৰ কলিতা আৰু ড° ৰনজিৎ ডেকা) আনন্দৰাম বৰুৱা একাডেমী প্ৰকাশন, পাঠশালা, ডিচেম্বৰ, ২০১১, পৃষ্ঠা ১৬৫ </ref>আশীৰ দশকৰ মাজভাগত এই থিয়েটাৰে ইয়াৰ নাট্যযাত্ৰাৰ যৱনিকা পেলায়।
 
==জন্ম-কাহিনী==
১৯৬৯ চনত পাঠশালাত হেমকান্ত তালুকদাৰে নেতৃত্ব লৈ এটি ভ্ৰাম্যমান নাট্যদল গঠন কৰিছিল। তালুকদাৰৰ মূল অনুপ্ৰেৰণা আছিল [[অচ্যুত লহকৰ]]ৰ প্ৰযোজিত [[নটৰাজ থিয়েটাৰ]]। হেমকান্ত তালুকদাৰ সৰুৰে পৰাই নৃত্য-গীতৰ প্ৰতি আগ্ৰহী আছিল আৰু ভ্ৰাম্যমান নাট্যদল খোলাৰ তেওঁৰ এই পৰিকল্পনাত মানসিক আৰু আন আন দিশেৰে সহায় কৰিছিল শ্ৰী বসন্ত তালুকদাৰ, ৺কৃষ্ণ বৰুৱা, ৺কেশৱ বৰুৱা, ৺শুকোৰাম গাঁওবুঢ়া, শ্ৰীচক্ৰধৰ দাস, ৺অকণ দত্ত, ৺ভোলা দৰ্জি, শ্ৰী সুৰেন পাটগিৰী, ৺জিতেন পাল, ৺বিমল তালুকদাৰ, ৺বংশী দাস আদি লোকসকলে। মঞ্চৰূপা থিয়েটাৰৰ গঠন সম্পৰ্কত সকলো কৌশল নটৰাজ থিয়েটাৰৰ পৰাই লোৱা হৈছিল <ref name=hist />। মঞ্চৰূপা থিয়েটাৰ নাট্যদলটিক আগবঢ়াই নিবলৈ ৺শুকোৰাম গাঁওবুঢ়াই ইয়াৰ আৰ্থিক দিশটো চোৱাচিতা কৰাৰ লগতে মূলধনো বিনিয়োগ কৰিছিল<ref name=hist></ref>।
 
==নাট্য পৰিক্ৰমা==