কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

37 নং শাৰী:
 
* [[কম্পিউটেবিলিটি থিয়ৰী বা সংগণনশীলতা তত্ব]]: ইয়াক কম্পিউটাৰ বিজ্ঞানৰ গাণিতীক ভেটি বুলিব পৰা যায়। "চাৰ্চ-টিউৰিং থেচিচ"-অৰ মূল ভেটিৰ ওপৰত প্রতিষ্ঠিত এই বিভাগৰ অধীনত সংগণনৰ বা কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক আৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয়।
* [[এলগৰিথমকম্পিউটেশ্যনেল আৰুকম্লেক্সিটি ডেইটাথিয়ৰী]] বা [[সংগণন বিশ্লেষণ ষ্ট্রাকচাৰতত্ব]]: এই শীতানৰ অধীনত কম্পিউটাৰৰ সহায়ত সমস্যা সমাধানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াক কম্পিউটাৰ প্রগ্রেমিঙৰ মূল ভেটিও বুলিব পৰা যায়।
* অন্যান্য উৎপাদিত বিষয়সমূহ: এই শিতানত কম্পিউটাৰ বিজ্ঞানৰ প্রত্যক্ষ উপযোগীতাৰ ফলস্বৰূপে উৎপাদিত বিষয়সমূ্হক ধৰিব পৰা যায়, যথা-
** [[এলগৰিথম আৰু ডেইটা ষ্ট্রাকচাৰ]]
** [[কম্পিউটাৰ গ্রাফিক্স]]
** [[অপাৰেটিং চিষ্টেম]]
** [[কম্পিউটাৰ নেটৱৰ্কিং]]
 
[[Category:কম্পিউটাৰ বিজ্ঞান]]