এণ্ড্ৰইড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা এন্ড্ৰয়ডৰ পৰা এণ্ড্ৰইডলৈ Dipankar Chetiaয়ে স্থানান্তৰ কৰিলে
No edit summary
1 নং শাৰী:
{{Infobox OS
| name = এন্ড্ৰয়ডএণ্ড্ৰইড
| title = এন্ড্ৰয়ডএণ্ড্ৰইড
| logo = [[File:Android robot.svg|100px]]<br>[[File:Android.svg|200px]]
| screenshot = [[File:Android 4.2 on the Nexus 4.png|200px]]
| caption = এটা নেক্সাচ ৪ত এন্ড্ৰয়ডএণ্ড্ৰইড ৪.২ "জেলি বিন"
| developer = [[গুগল]]<br>অ’পেন হেণ্ডচেট এলায়েঞ্চ<br>এন্ড্ৰয়ডএণ্ড্ৰইড মুক্ত উৎস প্ৰকল্প
| family = ইউনিক্স-লাইক, লীনাক্স
| working state = বৰ্তমান
24 নং শাৰী:
}}
 
লীনাক্স ভিত্তিক এন্ড্ৰয়ডএণ্ড্ৰইড হৈছে সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত [[গুগল|গুগলে]] ক্ৰয় কৰে।<ref name="ডিজিট">{{cite journal | title=Encyclopedia Technica A to E | author=thinkdigit.com | journal=ডিজিট | year=২০১২ | month=ডিচেম্বৰ | volume=১২ | issue=১২ | pages=১৭}}</ref> তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে। আপাচে লাইছেঞ্চৰ অধীনত গুগলে ইয়াক মুক্ত উৎস হিচাপে মুকলি কৰি দিছে। এন্ড্ৰয়ডএণ্ড্ৰইড জাভা লেংগুৱেক ভিত্তিক আৰু ইয়াৰ এপ্লিকেচনসমূহ এ ডি টি (এন্ড্ৰয়ডএণ্ড্ৰইড ডেভেলপমেন্ট টুল) নামৰ প্লাগ ইনটোৰ সহায়ত সাজিব পৰা যায়। ইয়াৰ উপৰিও এন্ড্ৰয়ডএণ্ড্ৰইড লেপটপ, নেটবুক, স্মাৰ্টবুক, কেমেৰা আৰু স্মাৰ্ট টি ভি (গুগল টিভি) সমূহতো ব্যৱহাৰ কৰিব পৰা যায়।<ref name="ডিজিট" />
 
এন্ড্ৰয়ডৰএণ্ড্ৰইডৰ এক বিশাল বিকাশ(ডেভেলপাৰ)ৰ সমাজ আছে, এইসকলে বিকাশ কৰা এন্ড্ৰয়ডএণ্ড্ৰইড এপ্লিকেচন সমূহ [[গুগল প্লে]] আৰু [[আমাজ’ন]] এপ ষ্ট’ৰত পোৱা যায়। এন্ড্ৰয়ডৰএণ্ড্ৰইডৰ বহুল ব্যৱহাৰে জাভা লেংগুৱেজক পৃথিৱীৰ সকলোতকৈ বেছি ব্যৱহৃত প্ৰ’গ্ৰামিং লেংগুৱেজত পৰিগণিত কৰে। ২০১১ চনত বিশ্বজুৰি ৫০০ নিযুততকৈ অধিক এন্ড্ৰয়ডএণ্ড্ৰইড ব্যৱহাৰকাৰী আছিল। যি আছিল টেবলেট আৰু ম’বাইল (স্মাৰ্ট ফোন) ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ ৭৫%।<ref name="ডিজিট" /> চেপ্টেম্বৰ ২০১২ত এন্ড্ৰয়ডতএণ্ড্ৰইডত ব্যৱহাৰযোগ্য মুঠ এপ্লিকেচনৰ সংখ্যা আছিল প্ৰায় ৬,৭৫,০০০ আৰু তেতিয়া লৈকে এন্ড্ৰয়ডএণ্ড্ৰইড ব্যৱহাৰকাৰী সকলে গুগল প্লেৰ পৰা মুঠ ২৫ বিলিয়ন এপ্লিকেচন ডাউনল’ড কৰিছিল।<ref name="ডিজিট" />
 
===এন্ড্ৰয়ডৰএণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তা===
[[File:Android chart.png|thumb|250px|এন্ড্ৰয়ডৰএণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২]]
 
এন্ড্ৰয়ডৰএণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২<ref>{{cite web |url=http://developer.android.com/about/dashboards/index.html |title=Android Platform Versions |work=Android Developers |quote=Based on the number of Android devices that have accessed the Play Store within a 14-day period ending on the data collection date noted below. |date=December 3, 2012 |accessdate= December 4, 2012}}</ref> অধিকাংশ এন্ড্ৰয়ডএণ্ড্ৰইড যুক্ত সঁজুলিতেই সমূহত বৰ্তমান এন্ড্ৰয়ডৰএণ্ড্ৰইড ৬ ডিচেম্বৰ ২০১০ত মুক্তি পোৱা এক পুৰণি সংষ্কৰণ ২.৩ জিনজাৰব্ৰেড ব্যৱহাৰ হৈ আছে,
 
{| class="wikitable sortable" style="text-align:right"
"https://as.wikipedia.org/wiki/এণ্ড্ৰইড"ৰ পৰা অনা হৈছে