অশোক স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''অশোক স্তম্ভ''' ({{lang-en|Emblem of India}})
সম্রাট অশোকে উত্তৰ প্রদেশৰ সাৰনাথত নির্মাণ কৰোৱা প্রসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীর্ষত থকা যৌথ 'সিংহমূর্ত্তি' । স্তম্ভটোৰ শীর্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূর্ত্তি আছে । এই শিলৰ মূর্ত্তিটোকে ভাৰতৰ ৰাষ্ট্রীয় প্রতীকৰূপে গ্রহণ কৰা হৈছেহৈছে।<ref name=ki>http://www.india.gov.in/knowindia/national_symbols.php?id=9 State Emblem, Know India india.gov.in</ref>
[[File:India 1947 Ashoka Lions 1 and half annas.jpg|thumb|right|200px|ডাক টিকটত অশোক স্তম্ভ]]
==অবয়ৱ==
অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিচফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে চকুত পৰে । একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীর্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছেআছে।<ref>{{ cite web | url = http://mha.nic.in/pdfs/STATE_EMBLEM_ACT2005.pdf | format=PDF |title = The State Emblem Of India (Prohibition Of Improper Use) Act, 2005 | date = 2005-12-20 | accessdate = 2012-04-15 | page = 4}}</ref> এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্রতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোৰাঁ , এটা ষাঁড় গৰু আৰু এটা সিংহ ।সিংহ। চাৰিটা চক্রই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে ।ৰাখিছে। এই চক্রৰ নাম অশোক চক্র বা ধর্ম চক্র । ২৪ ডাল দাণ্ডি থকা অশোক চক্রই ভাৰতৰ ৰাষ্ট্রীয় পতাকাতো ঠাই পাইছে । ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্রৰ ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দর্শনৰ ২৪টা আদৰ্শক বুজায় ।
 
==ইতিহাস==
সম্রাট অশোকে নিজৰ বৌদ্ধ ধর্মাৱলম্বী পত্নী সম্রাজ্ঞী বিদিশা দেৱীৰ পৰামর্শক্রমে সাৰনাথৰ যিখন ঠাইত গৌতম বুদ্ধই প্রথম দীক্ষা দিছিল তাক যুগমীয়া কৰা তথা চিহ্নিত কৰাৰ উদ্দ্যেশ্যৰে ঠাইডোখৰত স্তম্ভ স্থাপন কৰাৰ লগতে বৌদ্ধ সংঘ প্রতিষ্ঠা কৰিছিল ।কৰিছিল।
১৯০৫ চনত পুৰাতত্ব বিভাগৰ খননত এই অশোক স্তম্ভটো উদ্ধাৰ হয় ।হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্রীয় প্রতীকৰূপে গ্রহণ কৰেকৰে।<ref name=ki /> প্রতীকটোত সিংহ তিনিটাৰ উপৰিও তলৰ সোমাজত অশোক চক্র ; চক্রটোৰ সোঁফালে এটা ষাঁড়আৰু বাওঁফালে এটা ঘোঁৰা দেখা যায় । ৰাষ্ট্রীয় প্রতীকটোত মূল স্তম্ভৰ তলত থকা পদুম পাহ বাদদি তাৰ ঠাইত [[মুণ্ডক উপনিষদৰউপনিষদ]]ৰ পৰা লোৱা "সত্যমেৱ জয়তে" (সত্যৰ সদায় জয় )<ref>{{ cite web | url = http://rajyasabha.nic.in/book2/reports/home_aff/116threport.htm | title = Rajya Sabha Parliamentary Standing Committee On Home Affairs: 116th Report on The State Emblem Of India (Prohibition Of Improper Use) Bill, 2004}}{{404|date = April 2012}}</ref> কথাফাঁকি দেৱনাগৰী লিপিত লিখা হৈছেহৈছে।<ref>{{cite court|litigants=Kamal Dey v. Union of India and State of West Bengal| court= Calcutta High Court | url = http://mha.nic.in/pdfs/WP-No.32027W.pdf| format = PDF | date = 2011-07-14 | page = 1 | accessdate = 2012-04-16 }}</ref>
 
মূল অশোক স্তম্ভটোক সাৰনাথৰ যাদুঘৰত সংৰক্ষণ কৰা হৈছে । ইয়াৰ উচ্চতা ২ মিটাৰৰো অধিক ।
 
ভাৰত চৰকাৰে প্রতীকৰূপে ব্যৱহাৰ কৰা এই স্তম্ভটো কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ।হয়।
 
== তথ্যৰ উৎস ==
{{Reflist}}
 
*http://en.wikipedia.org/wiki/Emblem_of_India
* [ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ ]