অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
|||
1 নং শাৰী:
==প্ৰাৰম্ভিক জীৱন==
[[যোৰহাট]]ত জন্মগ্রহণ কৰা পূজাৰীয়ে [[দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যাল]]ত স্নাতক মহলাত অধ্যয়ণ কৰিছিল। [[ডিব্রুগড় বিশ্ববিদ্যালয়]]ত তেওঁ [[সমাজশাস্ত্র]] বিষয়ত অধ্যয়ণ কৰে। পাছলৈ কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আর্টছ এণ্ড মেনেজমেন্ট ছাইন্সত সাংবাদিকতাৰ পাঠ্যক্রম গ্রহণ কৰে। [[অসম বাণী]] কাকতত প্রকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা 'কলিকতাৰ চিঠি' আৰু প্রথমখন উপন্যাস [[হৃদয় এক বিজ্ঞাপন]]ৰ যোগেদি তেওঁ ক্রমাত্ জনপ্রিয়তা লাভ কৰে। <ref>[http://www.assamtribune.com/aug2809/mosaic2.html Article in Assam Tribune]</ref> ১৯৯৮ চনত প্রথম প্রকাশ হোৱা এই উপন্যাসখন সাহিত্যিক সমালোচক [[হোমেন বৰগোহাঞি]]য়ে সেই সময়ৰ মহত্ উপন্যাস আখ্যা দিয়ে। তেওঁ সমালোচনাত কয় যে এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্রশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল।<ref>[http://myxofura.blogspot.com/2008/07/anuradha-sharma-pujari-is-significant.html An Interview With Anuradha Sharma Pujari]</ref>ক্রমাগতভাৱে উপন্যাসখনৰ ১৪ টা সংস্কৰণ প্রকাশ পায় আৰু পূজাৰীলৈ যঠেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে।<ref>See bio of [http://myxofura.blogspot.com/2006/11/that-disgusting-photograph-anuradha.html That Disgusting Photograph]</ref>
|