অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Chiring chandan (আলোচনা) সম্পাদিত 114171 সংশোধনটি বাতিল কৰক
1 নং শাৰী:
{{cleanup}}
{{Infobox person
|bgcolour = silver
|honorific_prefix =
|name = অনুৰাধা শৰ্মা পূজাৰী
|image = অনুৰাধা শৰ্মা পূজাৰী.jpg|200 px
|caption =
|birth_date = ১৯৬৪ চন
|birth_place =
|death_date =
|death_place =
|occupation = লেখক, সাংবাদিক
|years_active = ১৯৯৭ - বৰ্তমানলৈকে
| genre = অসমীয়া সাহিত্য
|parents =
|spouse =
| children =
|website =
}}
 
'''অনুৰাধা শৰ্মা পূজাৰী''' ({{lang-en|Anuradha Sharma Pujari}}, জন্ম: ১৯৬৪ চন) [[অসম]]ৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা [[সমাজ শাস্ত্ৰ]] বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত [[কলিকতা]]ৰ পৰা [[সাংবাদিকতা]]ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত [[পশ্চিমবংগ]] বোলছবি কেন্দ্ৰ,তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত [[গুৱাহাটী]]ৰ পৰা প্ৰকাশিত [[আমাৰ অসম]] কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান [[সাদিন]]<ref>"Anuradha Sharma Pujari, editor of the popular assamese weekly, ''Sadin'', which carried the controversial story, stood by the report."[http://timesofindia.indiatimes.com/news/india/Jounalist-accused-of-blackmail-in-Assam/articleshow/641841943.cms Jounalist &#91;sic&#93; accused of blackmail in Assam] SHANKHADEEP CHOUDHURY, TNN 23 January 2002 Times of India</ref> কাকত আৰু [[সাতসৰী]] নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিছাপে কাৰ্যৰত হৈ আছে।<ref name="sivasagar">{{cite web | url=http://onlinesivasagar.com/literature/anuradha-sharma-pujari.html | title=Anuradha Sharma Pujari | publisher=onlinesivasagar.com | work=onlinesivasagar.com | accessdate=February 03, 2013}}</ref> [[চাহেব পুৰাৰ বৰষুণ]] নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে [[অসম সাহিত্য সভা]]ৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে ।
 
==প্ৰাৰম্ভিক জীৱন==
[[যোৰহাট]]ত জন্মগ্রহণ কৰা পূজাৰীয়ে [[দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যাল]]ত স্নাতক মহলাত অধ্যয়ণ কৰিছিল। [[ডিব্রুগড় বিশ্ববিদ্যালয়]]ত তেওঁ [[সমাজশাস্ত্র]] বিষয়ত অধ্যয়ণ কৰে। পাছলৈ কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আর্টছ এণ্ড মেনেজমেন্ট ছাইন্সত সাংবাদিকতাৰ পাঠ্যক্রম গ্রহণ কৰে। [[অসম বাণী]] কাকতত প্রকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা 'কলিকতাৰ চিঠি' আৰু প্রথমখন উপন্যাস [[হৃদয় এক বিজ্ঞাপন]]ৰ যোগেদি তেওঁ ক্রমাত্‍ জনপ্রিয়তা লাভ কৰে। <ref>[http://www.assamtribune.com/aug2809/mosaic2.html Article in Assam Tribune]</ref> ১৯৯৮ চনত প্রথম প্রকাশ হোৱা এই উপন্যাসখন সাহিত্যিক সমালোচক [[হোমেন বৰগোহাঞি]]য়ে সেই সময়ৰ মহত্‍ উপন্যাস আখ্যা দিয়ে। তেওঁ সমালোচনাত কয় যে এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্রশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল।<ref>[http://myxofura.blogspot.com/2008/07/anuradha-sharma-pujari-is-significant.html An Interview With Anuradha Sharma Pujari]</ref>ক্রমাগতভাৱে উপন্যাসখনৰ ১৪ টা সংস্কৰণ প্রকাশ পায় আৰু পূজাৰীলৈ যঠেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে।<ref>See bio of [http://myxofura.blogspot.com/2006/11/that-disgusting-photograph-anuradha.html That Disgusting Photograph]</ref>
 
==পেচাদাৰী জীৱন==
<!--
The author was the guest of honour at National bravery award presentation hosted by the Indian Council for Child Welfare, Assam, in collaboration with Ladies' and Children's Recreation Centre and the Kamrup District Council for Child Welfare at Hem Sishu Sadan in Guwahati.<ref>[http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp Young Bravehearts] January 14, 2006 The Telegraph (Calcutta, India)</ref> Anuradha Sharma Pujari’s ''Hridoi Ek Bigyapan'' was, along with Amritjyoti Mahanta's first novel ''Adhagara Mahanogoror Probashi'', one of only two novels in Assamese "that deals with the glamorous world of media and communication in all its complexities".<ref>Subhajit Bhadra [http://www.assamtribune.com/aug2809/mosaic2.html] August 28, 2009 Assam Tribune</ref>
 
Anuradha Sarma Pujari (born 1964) has been called "one of the most popular writers of this generation", and her work described as traversing "the varied textures of human conflict" and covering the tension between the society and the individual including explorations of femininity and "the gaps that exist between people in a relationship".<ref name="short story"/>
-->
 
==সাহিত্য কৰ্মৰাজি==
===উপন্যাস===
*[[হৃদয় এক বিজ্ঞাপন]]
*এজন ঈশ্বৰৰ সন্ধানত
*[[কাঞ্চন]]
*[[চাহেব পুৰাৰ বৰষুণ]]
*ব’ৰাগী নদীৰ ঘাট
*[[নাহৰৰ নিৰিবিলি ছাঁ]]
*ৰাগ-অনুৰাগ
*[[মেৰেং]]<ref name="banalata">{{cite web | url=http://www.banalata.in/book/mareng-1 | title=MARENG :Evergreen Book | publisher=বনল্তা প্ৰকাশন | work=banalata.in | accessdate=February 03, 2013}}</ref>
*সোণ হৰিণৰ চেঁকুৰ
*[[নীল প্ৰজাপতি]]
 
===গল্প সংকলন===
*বসন্তৰ গান
*এজন অসামাজিক কবিৰ বায়’গ্ৰাফী
*[[কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া]]
*ন' মেনছ লেণ্ড
 
===আত্মজীৱনীমূলক প্ৰৱন্ধ সংকলন===
*কলিকতাৰ চিঠি
*ডায়েৰি
*অট’গ্ৰাফ
*[[আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু]]
 
==বঁটা==
* ২০০৩ চনত [[অসম সাহিত্য সভা]]ৰ পৰা Kumar Kishore Memorial Literary Award লাভ কৰে।
* ২০০৩ চনত [[চাহেবপুৰাৰ বৰষুণ]] উপন্যাসখনৰ বাবে অসম সাহিত্য সভাই তেওঁ শ্ৰেষ্ঠ উপন্যাসকৰ বঁটা প্ৰদান কৰিছিল।<ref name="sivasagar" />
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
* [https://docs.google.com/document/d/1-FczQD2cIfMsqYC7XiMPJ5zrx10S_R6rZoox8qpNoQk/edit?hl=en_US&pli=1# Op-Ed : Bharat Ratna and Sachin Tendulkar]
 
{{Navbox assam biography}}
 
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:অসমীয়া গল্পকাৰ]]
[[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]]
[[শ্ৰেণী:অসমৰ সাংবাদিক]]
 
[[en:Anuradha Sharma Pujari]]