অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

28 নং শাৰী:
 
হৃদয় এক বিজ্ঞাপনৰ পিছতেই তিনিখন উপন্যাসৰ সংকলন ''এজন ঈশ্বৰৰ সন্ধানত'' প্রকাশ পায় (১৯৯৮)। পৰৱর্তী বছৰবোৰত ''কাঞ্চন'', ''চাহেবপুৰাৰ বৰষুণ'' ইত্যাদি উপন্যাসসমূহ প্রকাশিত হয়। ২০০৪ চনত ''হৃদয় এক বিজ্ঞাপন''ৰ আভা ভট্টাচার্যই কৰা ইংৰাজী অনুবাদ ''হার্টছ এ শ্ব'বিজ'' নতুন দিল্লীৰ স্পেকট্রাম পাব্লিকেচন যোগে প্রকাশ পায়।<ref name="ketherina"/> এই উপন্যাসখন ইতিমধ্যে বঙালী ভাষালৈও অনূদিত হৈছে। সাহিত্য একাডেমীৰ পত্রিকা ''কন্টেমপৰেৰি ইণ্ডিয়ান লিটাৰেচাৰ'' আৰু জয়ন্ত মহাপাত্র সম্পাদিত উৰিয়া আলোচনী ''চন্দ্রভাগা''ত শর্মা পূজাৰীৰ গল্পৰ অনুবাদ প্রকাশিত হৈছে।<ref name="ketherina"/>
ভাৰতীয় শিশু কল্যাণ সমিতিয়ে মহিলা আৰু শিশু পুনঃনির্মাণ কেন্দ্র তথা কামৰূপ জিলা শিশু কল্যাণ সমিতিৰ সহযোগত গুৱাহাটীৰ হেম শিশু সদনত আয়োজন কৰা ৰাষ্ট্রীয় সাহসিকতাৰ বঁটা প্রদান অনুষ্ঠানত লেখিকাগৰাকী সন্মানীয় অতিথি আছিল।<ref>[http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp Young Bravehearts] January 14, 2006 The Telegraph (Calcutta, India)</ref>
<!--
The author was the guest of honour at National bravery award presentation hosted by the Indian Council for Child Welfare, Assam, in collaboration with Ladies' and Children's Recreation Centre and the Kamrup District Council for Child Welfare at Hem Sishu Sadan in Guwahati.<ref>[http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp Young Bravehearts] January 14, 2006 The Telegraph (Calcutta, India)</ref>-->
 
==সাহিত্য কৰ্মৰাজি==