শ্ৰম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ==শ্ৰম== উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্...
 
1 নং শাৰী:
==শ্ৰম==
[[উৎপাদন]] কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত[[অৰ্থবিজ্ঞান]]ত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থ-বিজ্ঞানত[[অৰ্থবিজ্ঞান]]ত শ্ৰম বোলে।("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics")[3] উৎপাদনৰ[[উৎপাদন]]ৰ উপাদান হিছাবে শ্ৰমিকৰ স্থান মন কৰিব লগা।আন উপাদানৰ[[উপাদান]]ৰ তুলনাত ই সম্পূৰ্ণ বেলেগ। শ্ৰমৰ [[যোগান]] ধৰোতা [[শ্ৰমিক]] এটা জীৱন্ত বস্তু, ই মানুহ। মানৱীয় বিচাৰ-বুদ্ধি সকলো ইয়াৰ আছে। [[শ্ৰমিক]] কেৱল উৎপাদনৰ[[উৎপাদন]]ৰ উপাদানেই নহয়, উৎপাদনৰ লক্ষ্যও। শ্ৰম, উৎপাদনৰ এনে এটা আহিলা যাৰ লগত মানুহ প্ৰত্যক্ষভাৱে জৰিত। শ্ৰমিকৰ[[শ্ৰমিক]]ৰ কেইবাটাও গুৰুত্বপুৰ্ণ বৈশিষ্ট্য আছে। তলত শ্ৰমৰ কেইটামান উদাহৰণ দিয়া হ'ল।
 
===শ্ৰমৰ বৈশিষ্ট্য===
# শ্ৰমক শ্ৰমিকৰ[[শ্ৰমিক]]ৰ পৰা পৃথক কৰিব নোৱাৰি। [[ভূমি]] বা [[মুলধনক]] যেনেকৈ গৰাকীৰ পৰা আহিলাটোক বিচ্ছিন্ন কৰিব পাৰি তেনেকৈ শ্ৰমক শ্ৰমিকৰ[[শ্ৰমিক]]ৰ পৰা আঁতৰাই আনিব নোৱাৰি। শ্ৰমিকে তেওঁৰ শ্ৰমহে বিক্ৰী কৰে, কিন্তু তেঁও নিজেই নিজৰ শ্ৰমৰ মালিক।
# শ্ৰম ক্ষণস্থায়ী। এজন [[শ্ৰমিক]] [[নিবনুৱা]] হৈ থকা মানে তেওঁৰ শ্ৰম [[শক্তি]] আৰু সময়ৰ অপচয়। সেই ক্ষতি অপুৰণীয়। [[নিবনুৱা]] হৈ থকাৰ অৰ্থ হ'ল শ্ৰমিকৰ[[শ্ৰমিক]]ৰ শ্ৰম নষ্ট হোৱা।
#[[ভূমি]] আৰু মুলধনৰ[[মুলধন]]ৰ দৰে শ্ৰম সাঁচি থ'ব নোৱাৰি।যিহেতু বয়স বঢ়াৰ লগে লগে মানুহৰ আয়ুস হ্ৰাস হৈ আহে।সাঁচি থ'লে শ্ৰমিকৰ[[শ্ৰমিক]]ৰ জীৱনৰ পৰা শ্ৰম হেৰাই যায়। [[ভূমি]] আৰু [[মূলধন]] সাঁচি থলে [[উপযোগিতা]] বৃদ্ধি হয়, আনহাতে শ্ৰম সাঁচি থলে [[মূল্য]] কমিহে যায়।
#শ্ৰম সাঁচি থব নোৱাৰি বাবেই শ্ৰমিকৰ[[শ্ৰমিক]]ৰ দৰ-দাম কৰাৰ ক্ষমতা তেনেই কম।শ্ৰম সাঁচি থব নোৱাৰা কাৰণেই শ্ৰমিকে কম মজুৰিত[[মজুৰি]]ত কাম কৰিবলৈ বাধ্য হয়।উৎপাদনহয়।[[উৎপাদন]] প্ৰতিস্থানৰ[[প্ৰতিস্থান]]ৰ মালিক বা পুঁজিপতি সকলে শ্ৰমিকক[[শ্ৰমিক]]ক কম মজুৰিত[[মজুৰি]]ত খটুৱাই অধিক [[মুনাফা]] লাভৰ[[লাভ]]ৰ চেষ্টা কৰে।
#শ্ৰমৰ [[দাম]] পৰিবৰ্তনে ইয়াৰ যোগানৰ[[যোগান]]ৰ ওপৰত বিপৰীত প্ৰতিক্ৰিয়া সৃষ্টি কৰে।যোগানৰকৰে। [[যোগান]]ৰ নিয়ম অনুসৰি যিকোনো সামগ্ৰীৰ[[সামগ্ৰী]]ৰ [[দাম]] বৃদ্ধি হলে [[যোগান]] বৃদ্ধি হয়।কিন্তু শ্ৰমিকৰ [[দাম]] অৰ্থাৎ [[মজুৰি]] বৃদ্ধি হলে, শ্ৰমিকৰ[[শ্ৰমিক]]ৰ [[যোগান]] হ্ৰাস পায়।
#শ্ৰম চলনশীল।শ্ৰমিকৰচলনশীল।[[শ্ৰমিক]]ৰ লগতে যিহেতু শ্ৰম থাকে সেয়ে শ্ৰম চলনশীল।অৱশ্যে শ্ৰমৰ চলনশীলতা আংশিকহে।সামাজিক,ভৌগলিক,ৰাজনৈতিক আদি বিভিন্ন কাৰকৰ ওপৰত শ্ৰমিকৰ[[শ্ৰমিক]]ৰ চলনশীলতা নিৰ্ভৰ কৰে।
#ভূমিৰ দৰে শ্ৰমো বিসম গুণসম্পন্ন।স্ধান,কাল,পাত্ৰ ভেদে শ্ৰমিকৰ গুণ ভিন্ন ভিন্ন হয়।নিপুন বা প্ৰশিক্ষণ প্ৰাপ্ত শ্ৰমিকৰ[[শ্ৰমিক]]ৰ দক্ষতা অনিপুন শ্ৰমিকৰ তুলনাত বেছি হয়।জন্মগত কাৰণ, জলবায়ু, খাদ্যাভাস ইত্যাদি কাৰকৰ ওপৰত শ্ৰমিকৰ দক্ষতা বহুপৰিমানে নিৰ্ভৰ কৰে।
#শ্ৰমৰ [[যোগান]] হ্ৰসকালত অস্থিতিস্থাপক।অৰ্থাৎ প্ৰয়োজন অনুসৰি শ্ৰমৰ যোগান তৎক্ষনাৎ বঢ়াব নোৱাৰি।
#শ্ৰমৰ আতাইতকৈ লক্ষনীয় বৈশিষ্ট্য হ'ল, শ্ৰমৰ নিজা বিচাৰ বিবেচনা আছে।
===শ্ৰমৰ যোগান===
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/শ্ৰম"ৰ পৰা অনা হৈছে