আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰবট যোগ দিছে :ur:جزائر انڈمان و نکوبار
No edit summary
1 নং শাৰী:
{{India stub}}
{{Infobox settlement
<!-- See Template:Infobox settlement for additional fields and descriptions -->
Line 55 ⟶ 54:
 
আন্দামানৰ নগৰ [[প’ৰ্ট ব্লেয়াৰ]] কেন্দ্ৰীয় শাসিত অঞ্চলটিৰ ৰাজধানী। অঞ্চলটিৰ ভূ কালি প্ৰায় ৮,২৫০ বৰ্গ কি.মি.। নিকোবৰ দ্বীপসমূহৰ ৰাজধানী কাৰ নিকোবৰ।
 
==ইতিহাস==
===প্ৰথম জনবসতি===
অতি কমেও কেইবা শতিকাৰ পৰা এই দ্বীপ মালাত মানুহে বসবাস কৰি আহিছে।
[[পুৰাতত্ব]]বিদ সকলৰ মতে প্ৰায় ২,২০০ বছৰ মানৰ পৰা ইয়াত মানুহ থকাৰ প্ৰমাণ আছে, আনহাতেদি [[জিন|জিনীয়]] আৰু সাংস্কৃতিক অধ্যয়ণৰ পৰা দেখা গৈছে খিলঞ্জীয়া আন্দামানী সকল পৃথিৱীৰ আন জনসমূহৰ পৰা মধ্য প্ৰস্তৰ যুগতে আঁতৰি আহিছিল।<ref>Palanichamy, Malliya G. Suraksha Agrawal, Yon-Gang Yao, Quing-Peng Kong, Chang Sun, Faisal Khan, Tapas Kumar Chaudhuri, and Ya-Ping Zhang. 2006. Comment on "Reconstructing the Origin of Andaman Islanders. ''Science'' 311:470 (27 January 2006).</ref> সেই সময়ৰ পৰা আন্দামানী সকল ভাষিক, সাংস্কৃতিক আৰু সাংগঠনিক ভাবে পৃথক হৈ পৰিল।