আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

66 নং শাৰী:
 
১৭শ শতিকাত মাৰাঠা সকলেও এই দ্বীপসমূহক নৌবাহৰ হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰখ্যাত এডমিৰেল কাঁহুজি এংগ্ৰে ইয়াতে বাহৰ পাতি নিজৰ নৌ বাহিনীৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল, এই দ্বীপসমূক ভাৰত চামিল কৰাৰ শ্ৰেয় তেওঁকেই দিয়া হয়।<ref>http://www.andamanonline.in/about/Profile/History/index.html</ref><ref>http://www.marathiecards.com/Sarkhel_Kanhoji_Angre.htm</ref>
 
===উপনিবেশিক যুগ===
১৭৫৫ চনৰ ১২ ডিচেম্বৰত ডেনমাৰ্কৰ '''ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী'''য়ে নিকোবৰ দ্বীপত পদাৰ্পণ কৰে। ১৭৫৬ চনৰ ১জানুৱাৰীত নিকোবৰ দ্বীপসমূহত প্ৰথম ডেনমাৰ্কীয় উপনিবেশ স্থাপন কৰা হয়। ইয়াৰ নাম দিয়া হয় '''নিউ ডেনমাৰ্ক'''।<ref name="worldstatesmen.org">http://www.worldstatesmen.org/India_BrProvinces.htm</ref> পাছত (১৯৫৬ চনৰ ডিচেম্বৰ) ইয়াৰ নাম ফ্ৰেডেৰিকচ দ্বীপপুঞ্জ কৰা হয় (''Frederiksøerne'')। ১৭৫৪ৰ পৰা ১৭৫৬লৈকে ইয়াৰ শাসন ডেনিচ ভাৰতৰ ট্ৰেংকুবাৰৰ পৰা পৰিচালনা কৰা হৈছিল। মেলেৰিয়াই মহামাৰী ৰূপ ধৰাত ১৪ এপ্ৰিল ১৭৫৯ৰ পৰা ১৯ আগষ্ট ১৭৬৮, ১৭৮৭ৰ পৰা ১৮০৭, ১৮১৪ৰ পৰা ১৮৩১ আৰু ১৮৩০ৰ পৰা ১৮৩৪ লৈ দ্বীপসমূহক কেইবাবাৰো ডেনিচ উপনিবেশিক সাম্ৰাজ্যৰ পৰা বাদ দিয়া হৈছিল। ১৮৪৮ চনৰ পৰা চিৰকাললৈ এইসমূহ ডেনিচ উপনিবেশিক সাম্ৰাজ্যৰ পৰা বাদ পৰে।<ref name="worldstatesmen.org"/>
 
==তথ্য সংগ্ৰহ==