সম্পত্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

28 নং শাৰী:
===হিচাপকৰণত সম্পত্তি===
===অস্থাৱৰ সম্পত্তি===
ধন বা মুদ্ৰা আৰু ব্যৱসায়টোৰ স্বাভাৱিক গতিত অসুবিধাৰ সৃষ্টি নকৰাকৈ এবছৰ নাইবা কাৰ্যচক্ৰৰ (operating cycle) ভিতৰত মুদ্ৰালৈ ৰূপান্তৰ হ'বলগা বা শেষ হৈ যাবলগা সম্পত্তিবোৰেই অস্থাৱৰ সম্পত্তি(current assets)। এনে সম্পত্তিৰ পাঁচটা প্ৰধান উপাদান আছে। এইকেইটা হৈছে:
 
#মুদ্ৰা আৰু মুদ্ৰা সমকক্ষ - এয়া হৈছে আটাইতকৈ নমনীয় সম্পত্তি যাৰ ভিতৰত মুদ্ৰা, জমা একাউন্ট আৰু হস্তান্তৰযোগ্য সঁজুলি (nigotiable instruments) (চেক, বিলছ অফ এক্সচেঞ্জ, অংগীকাৰ পত্ৰ, বেঙ্ক ড্ৰাফ্ট আদি)।
#হ্ৰস্বকালীন বিনিয়োগ - অদূৰ ভৱিষ্যতে তাৎক্ষণিক মূল্য পাৰ্থক্যৰ সময়ত বিক্ৰী কৰি লাভ কৰিবৰ বাবে ক্ৰয় কৰি ধাৰণ কৰি ৰখা ছিকিউৰিটিসমূহ ইয়াৰ ভিতৰত পৰে।
#পাওনা - আহৰণ কৰিব নোৱাৰা পাওনাদাৰসকলৰ বিপৰীতে ইয়াক বাট্টা হিচাপে দেখুওৱা হয়।
#মজুত সম্ভাৰ - মজুত সম্ভাৰ বা ইনভেন্টৰি তিনি প্ৰকাৰৰ হ'ব পাৰে: কেঁচামাল, উৎপাদনৰ কাম কিছু অংশ হোৱা পণ্যদ্ৰৱ্য আৰু উৎপাদিত পণ্যদ্ৰৱ্য।
#অগ্ৰিম আদায়কৃত খৰছ - নিৰ্দিষ্ট সামগ্ৰী বা সেৱা গ্ৰহণ কৰাৰ আগতেই ইয়াৰ বিপৰীতে প্ৰদান কৰা ধন।
 
===দীৰ্ঘকালীন বিনিয়োগ===
===স্থাৱৰ সম্পত্তি===
"https://as.wikipedia.org/wiki/সম্পত্তি"ৰ পৰা অনা হৈছে