ব্যৱস্থাপনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ব্যবসায় আৰৃ মানব সণ্ঙ্গঠনৰ ক্ষেত্ৰত, সাধৰন ভাষাত ব্যৱস্থাপন...
 
No edit summary
1 নং শাৰী:
ব্যবসায় আৰৃ মানব সণ্ঙ্গঠনৰ ক্ষেত্ৰত, সাধৰন ভাষাত ব্যৱস্থাপনা(Management) হ্'ল্ মানুহ সণ্ঙ্গঠিত কৰি কোনো প্ৰস্তাবিত উদ্দেশ্যত বা লক্ষ্যত উপনিত হোৱা । ব্যৱস্থাপনাৰ উপাদান্ সমূহ হ্'ল্ - পৰিকল্পন কৰা (planning), সণ্ঙ্গঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱ (leading) বা পথ্ প্ৰদৰৃশকৰ ভূমিকা পালন কৰা (directing) আৰৃ সণ্ঙ্গঠন্(organization)(কোনো নিৰৃদিষ্ট উদ্দেশ্য পূৰণৰ বাবে একগোট হোৱ এক্ বা তাতোধিক মানুহ্ বা বস্তু(entities)ৰ সমষ্টি) নিয়ন্ত্ৰণ্ কৰা (controlling)। সম্পদ ব্যবস্থাপনা হ্'ল মানৱ সম্পদ, বিত্তীয় সম্পদ, কাৰিকৰি(technological) সম্পদ আৰৃ প্ৰাকৃতিক সম্পদৰ আহৰণ আৰৃ প্ৰয়োগ ।
 
== আৰম্ভণী ==
Management ৰ অসমীযয়া প্ৰতিশব্দ 'ব্যৱস্থাপনা' সম্পূর্ণ শুদ্ধ বুলি ক'ব নোৱৰি যদিও সম্পূর্ণ ভুল নহয়্ । পৰিচালনা বা পৰিচালন ইয়াৰ এটা নিকটতম শব্দ । হিন্দী ভাষাৰ 'প্ৰৱন্ধন' শব্দটো কোনো এখন অভিধানত নোপোৱৰ বাবে এই শব্দটো ব্যৱহাৰৰ সমূচিন ন্হ'ব । অসম উচ্চতৰ মধ্যমিক পৰিষদৰ একাদশ্ আৰৃ দ্বাদশ শ্ৰেণীৰ বাবে প্ৰণয়ন কৰা অসমীয়া বিষয়ৰ পাঠ্যপুথিত Distaster Management ৰ অসমীয়া ৰূপান্তৰ দুৰৃযোগ ব্যৱস্থাপনা দিয়াৰ বাবে 'ব্যৱস্থাপনা' শব্দটোকেই শুদ্ধ মানি লোৱা হ্'ল ।
Manage শব্দটো ইটালীয়ান ভাষাৰ শব্দ maneggiare (to handle — especially a horse)ৰ পৰা অহা । Maneggiare শব্দটো লেটিন ভাষাৰ manus ( যাৰ অৰৃথ 'হাত') ৰ পৰা অহা । ১৭ শ আৰৃ ১৮ শ শতাব্দিত ফ্ৰান্চিচ শব্দ mesnagement (later ménagement)ৰ প্ৰভাৱত ইংৰাজী শব্দ Management ৰ সৃষ্টি হ্'ল্ ।
 
== তাত্বিক ব্যাখ্যা ==