ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: right|300px|thumb|ৰং পেঞ্চিল '''ৰং''' হৈছে মানুহৰ দৃষ্টিয়ে পাৰ...
 
শ্ৰেণী:আলোক বিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
6 নং শাৰী:
 
ৰঙৰ সৈতে জড়িত বিজ্ঞানক '''''ক্ৰ’মেটিকচ''''','''''ক্ৰ’মেট’গ্ৰাফী''''','''''ক’ল’ৰিমিটি''''', বা সাধাৰণভাৱে '''''ৰঙ বিজ্ঞান (ক’ল’ৰ চায়েন্স)''''' বুলি কোৱা হয়। এই বিজ্ঞানে মানুহৰ চকু আৰু মগজুৱে পাৰ্থক্য কৰিব পৰা ৰঙবোৰ, বিভিন্ন পদাৰ্থত পোহৰৰ উৎসমূহ, বিভিন্ন [[কলা]]ত ৰঙৰ তত্ব আৰু [[বিদ্যুতচুম্বকীয় বিকিৰণ]] সমূহৰ [[দৃশ্যমান বৰ্ণালী]]ৰ [[পদাৰ্থ বিজ্ঞান]] সম্পৰ্ক আলোচনা কৰে। (সাধাৰণ ভাষাত বিদ্যুতচুম্বক বিকিৰণ সমূহৰ দৃশ্যমান বৰ্ণালীকেই [[পোহৰ]] বোলা হয়।)
 
[[শ্ৰেণী:আলোক বিজ্ঞান]]
"https://as.wikipedia.org/wiki/ৰং"ৰ পৰা অনা হৈছে